তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰৱৰ্তন কৰা হৈছে ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম
তেজপুৰ বিশ্ববিদ্যালয়ত উদ্ভাৱনীমূলক শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তনৰ অংশ হিচাপে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ পৰা ৭টা নতুন পাঠ্যক্ৰম প্ৰৱৰ্তন কৰাৰ...