• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণৰ দাবীত হাতত ধনু-কাঁড় লৈ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ অনশন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 20, 2018 10:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মীয়মাণ চতুৰ্থখন দলঙৰ নাম ‘বীৰাংগনা সাধনী সেঁতু’ নামেৰে নামাকৰণ কৰা আৰু ৭ বহাগৰ দিনটোত বীৰাংগনা সাধনী দিৱস হিচাপে চৰকাৰী বন্ধ ঘোষণা কৰাৰ দাবীত শুকুৰবাৰে গুৱাহাটীৰ লক্ষীধৰ বৰাক্ষেত্ৰত ‘আমৰণ অনশন’ৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই। লগতে অনশনৰ মাজতে প্ৰতিবাদকাৰীসকলৰ মাজৰে দুজনে তৰোৱাল আৰু ধনু-কাঁড় প্ৰদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক হুংকাৰ দিয়ে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি চুতীয়া জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে আন্দোলন কৰি আহিছে যদিও চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তোলে সংগঠনটোৰ নেতৃবৰ্গই।

উক্ত অনশন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰা সদৌ অসম চুতীয়া সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়াই নৰ্থ-ইষ্ট নাওৰ জৰিয়তে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰে।

আনহাতে উক্ত দাবীকেইটা পূৰণ কৰাৰ দাবীৰে যোৱা ৯ এপ্ৰিলত যোৰহাট জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট আৰু ১৩ এপ্ৰিলত আমৰণ অনশন  কাৰ্য্যসূচী অনুষ্ঠিত কৰা বুলি জানিবলৈ দি সভাপতিগৰাকীয়ে নৰ্থ-ইষ্ট নাওক কয় যে ১৯ এপ্ৰিলৰ দিনা যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত অসম চৰকাৰৰ প্ৰতিনিধিৰ হৈ জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, উজনি অসম সংমণ্ডলৰ জিলা আয়ুক্ত জুলি সোণোৱালৰ উপস্থিতিত অনশনকাৰীসকলৰ সৈতে এক আলোচনা অনুষ্ঠিত হৈছিল।

আৰু উক্ত আলোচনা চক্ৰতে চুতীয়া ছাত্ৰ সন্থাৰ দাবীসমূহ দুমাহৰ ভিতৰত পূৰণ কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া আশ্বাসতে সীমাবদ্ধ থাকিল বুলি ক্ষীৰোদ শইকীয়াই আমাক জানিবলৈ দিয়ে।

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাজ্য চৰকাৰখনৰ সদিচ্ছাৰ অভাৱ তথা লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পাছতো প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হোৱাৰ বাবে তেওঁলোকে আজি দিনৰ ১২ বজাৰ  পৰা এই আমৰণ অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰে।

শেহতীয়াকৈ প্ৰাপ্ত তথ্য মতে অনুসৰি সন্ধিয়া প্ৰায় ৮ মান বজাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যয়ো অনশনস্থলীত উপস্থিত হয়।

আজিৰ অনশন কাৰ্য্যসূচীত সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়াকে মুখ্য কৰি  সন্থাৰ মুখ্য উপদেষ্টা জ্যোতিপ্ৰসাদ চুতীয়া কাৰ্য্যকৰী সভাপতি ক্ৰমে গিৰিণ চুতীয়া আৰু সমীৰণ বৰা, সাধাৰণ সম্পাদক মহেন বৰা, সহকাৰী সাধাৰণ সম্পাদক ৰাজ বাঢ়ৈয়ে অংশগ্ৰহণ কৰাৰ উপৰিও অৰ্ধ শতাধিক চুতীয়া ছাত্ৰ সন্থাৰ সদস্য-সদস্যাই অংশগ্ৰহণ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd