গাঞ্জা মাফিয়াই মণিপুৰৰ ঠাইত ত্ৰিপুৰাত গঢ়ি তুলিছে গাঞ্জা উৎপাদন আৰু অবৈধ সৰবৰাহৰ নতুন ঘাটি
আজি কিছু বছৰৰ আগলৈকে মণিপুৰ আছিল উত্তৰ-পূবৰ অবৈধ গাঞ্জাৰ নাভিকেন্দ্ৰ। যদিও গাঞ্জাক নিষিদ্ধ দ্ৰব্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে মণিপুৰৰ কিছুমান পাহাৰীয়া ঠাইত এইবোৰৰ মুকলিকৈ আৰু ব্যাপকভাৱে খেতি কৰা হয়। মূলতঃ মণিপুৰৰ উখৰুল জিলাৰ মহাদেৱ আৰু চিৰৰখঙৰ মাজৰ পাৰ্বত্য অঞ্চলটোৱে আছিল গাঞ্জা উৎপাদনৰ সৰ্ববৃহৎ কেন্দ্ৰ। অঞ্চলটোত উৎপাদিত গাঞ্জা মাফিয়াসকলে অন্যান্য ঠাইৰ লগতে বিহাৰ আৰু উত্তৰ প্ৰদেশলৈ … Continue reading গাঞ্জা মাফিয়াই মণিপুৰৰ ঠাইত ত্ৰিপুৰাত গঢ়ি তুলিছে গাঞ্জা উৎপাদন আৰু অবৈধ সৰবৰাহৰ নতুন ঘাটি
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed