বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবে যুৱতীক নিৰ্যাতন বিবাহিত পুৰুষৰ

ডিফুত এজন বিবাহিত পুৰুষৰ দ্বাৰা নিৰ্যাতিত হৈ এগৰাকী যুৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বাতৰি পোৱা গৈছে। জানিব পৰামতে, যোৱা ৪ ফেব্ৰুৱাৰিৰ দিনা দেৱেন তেৰাং নামৰ বিবাহিত পুৰুষজনে যুৱতীগৰাকীক ডিফু ৰেইললাইনৰ দাঁতিত থকা তেওঁৰ ভাৰাঘৰত নিৰ্যাতন চলোৱাৰ উপৰি গাত জুই লগাই দিয়ে। পাছত দেৱেন তেৰাঙে যুৱতীগৰাকীক চিকিৎসালয়লৈ লৈ আনে। কথাটো গোপনে ৰাখিছিল যদিও যুৱতীগৰাকীৰ মাকে বেচৰকাৰী … Continue reading বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখান কৰা বাবে যুৱতীক নিৰ্যাতন বিবাহিত পুৰুষৰ