DMCA.com Protection Status
Himanta_Biswa_Sarma_briefing_media_at_his_office_dispur

পুনৰ হিমন্তৰ মিথ্যাচাৰ ফাদিল হ’ল আৰক্ষী সঞ্চালক প্ৰধানৰ ভাষ্যত

অৰ্ণমাই বৰাৰ হত্যাকাণ্ড, মইনবড়ি সত্ৰৰ বেদখল আদি প্ৰসংগৰে ধৰ্মীয় সংখ্যালঘুক উদ্দেশ্যি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য মিথ্যাচাৰ বুলি ফাদিল ...

5eec71ea-28eb-47b1-a244-b7adf4e00662

কেৰালাৰ পৰা জামাতুল মুজাহিদিনৰ সদস্য বৰপেটাৰ আব্দুল মতিনক গ্ৰেপ্তাৰ কলকাতা আৰক্ষীৰ

কলকাতা আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চে বাংলাদেশৰ নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন জামাতুল মুজাহিদনৰ সদস্য আব্দুল মতিনক ২০১৪ৰ বৰ্ধমানৰ বিস্ফোৰণৰ সৈতে জড়িত থকাৰ ...

9710d606-2d1b-469a-aca5-d3e07a74191a

বিধেয়কৰ বিৰুদ্ধে দিল্লীত তৎপৰ অগপ : সাক্ষাৎ কৰিলে বিভিন্ন বিৰোধী দলৰ নেতাক

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে দিল্লীত অগপ নেতৃত্বই আৰম্ভ কৰিছে বিশেষ তৎপৰতা। দলৰ নেতৃবৰ্গই শুকুৰবাৰৰে পৰা বিধেয়কখন বাতিলৰ বাবে সংসদত ...

c880eba6-d768-477a-9a73-a2b85bbda465

বিধেয়ক বাতিলৰ দাবীত দিল্লীত বিৰোধী দলৰ সাংসদক সাক্ষাৎ ৭০ সংগঠনৰ প্ৰতিনিধিৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসমত বিভিন্ন জাতীয় দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে আজি নতুন দিল্লীত বিধেয়কখন বাতিলৰ ...

steelwell-road-750x375

‘লুক ইষ্ট’ নীতিৰ প্ৰতি লক্ষ্য ৰাখি ম্যানমাৰত সম্পন্ন হ’ল প্ৰথমখন আন্তৰ্জাতিক বিনিয়োগ সন্মিলন

ম্যানমাৰে প্ৰথমবাৰৰ বাবে যোৱাটো মাহত ইয়াৰ নেপিয়টোত অনুষ্ঠিত কৰে প্ৰথমখন আন্তৰ্জাতিক বিনিয়োগ সন্মিলন। এই দুদিনীয়া সন্মিলনখনত দহখন ৰাজ্য তথা অঞ্চলত ...

supreme-court_of_India

এনআৰচিৰ খচৰাত নথকা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন : উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ (এনআৰচি) চূড়ান্ত খচৰাত বাদ পৰা লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়া বিষয়ত প্ৰত্যাহ্বান ...

IMG-20190201-WA0012

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে হাফলঙতো প্ৰতিবাদ

ৰাজ্যৰ আন আন প্ৰান্তত  নাগৰিকত্ব  সংশোধনী  বিধেয়ক ২০১৬ ক কেন্দ্ৰ কৰি  ক্ষোভৰ জুই জ্বলি  থকা সময়ত পাহাৰীয়া  জিলা ডিমা হাচাওত কিন্তু ইয়াৰ  প্ৰভাৱ পৰা ...

IMG-20190201-WA0072

মাৰ্ঘেৰিটাৰ বৰফাকিয়ালত শিশুৰ কৰুণ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতঙৰ ২নং বৰফাকিয়াল গাঁৱত শুকুৰবাৰে বিয়লি ৩.৩০ মান বজাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। ...

IMG-20190201-WA0000

তিনিচুকীয়া কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰতো বিজেপিয়ে উলিয়ালে প্ৰতিবাদী সমদল

যোৱা ৩০ জানুৱাৰিত তিনিচুকীয়া জিলাত এখন দলীয় সভাত অংশ ল’বলৈ যোৱা বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি  লক্ষেশ্বৰ মৰাণক দুস্কৃতিকাৰীয়ে শাৰিৰীকভাৱে আক্ৰমণ ...

barpeta Bhabesh Kalita.photo

সত্ৰৰ ভুমি বেদখলমুক্ত কৰাত ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ :ৰাজহ মন্ত্ৰী ভবেশ কলিতা

"অসমৰ সত্ৰ সমূহৰ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ ৷ সত্ৰবোৰৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ চৰকাৰে অগ্ৰাধিকাৰ দিয়াৰ ...

Page 4376 of 5851 1 4,375 4,376 4,377 5,851

Recent News