বিশিষ্ট সাহিত্যিক ৰত্ন ওজালৈ ডঃ ভূপেন হাজৰিকা বঁটা বেলতলা ব’হাগী উৎসৱ সমিতিৰ
বেলতলা ব’হাগী উৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা ব’হাগী উৎসৱৰ আজি অন্তিম দিন। বেলতলা বহা’গী উৎসৱৰ এই অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ ...
বেলতলা ব’হাগী উৎসৱ সমিতিয়ে তিনিদিনীয়াকৈ আয়োজন কৰা ব’হাগী উৎসৱৰ আজি অন্তিম দিন। বেলতলা বহা’গী উৎসৱৰ এই অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ ...
শিৱসাগৰ জিলাৰ ডিমৌৰ পানীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ জামুগুৰি পথাৰত শনিবাৰে ১৮টা মৃত শগুণ উদ্ধাৰ কৰা হয়। বিয়লি স্থানীয় লোকে ...
প্ৰব্ৰজন কৰা মাছৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণক সজাগ কৰা, লগতে নদীৰ সুস্থ পৰিৱেশতন্ত্ৰ ৰক্ষাৰ প্ৰয়োজনীয়তা, নদীকেন্দ্ৰিক লোকসকলৰ ভৱিষ্যৎ সুৰক্ষাৰ বিশ্বযোৰা প্ৰচেষ্টাত ...
দেওবাৰে গুৱাহাটীৰ ৰাজগড় অঞ্চলত পুৱতি নিশা প্ৰায় ৪:৩০ মান বজাত সংঘটিত হয় এক পথ দুৰ্ঘটনা। স্থানীয় লোকে জনোৱা অনুসৰি এ ...
নুমলীগড় শোধনাগাৰ প্ৰকল্পৰ অভ্যন্তৰত থকা বিভিন্ন প্ৰকল্পত সঘনাই বিজুতি তথা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈ থকাৰ ফলত সময়ে সময়ে উৎপাদনত বাধা ...
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চ হ’ব লাগে বুলি কংগ্ৰেছে পূৰ্বৰ পৰাই কৈ আহিছে। কিন্তু বিজেপিয়ে একমাত্ৰ ভোটৰ ...
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আজি গৃহ সমষ্টি মাজুলী ভ্ৰমণলৈ আহিব। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে মাজুলীৰ সমস্যা জৰ্জৰিত শালমৰা অঞ্চলত হেলিকপ্টাৰেৰে অৱতৰণ কৰি ...
শনিবাৰে অৰুণাচলৰ উদ্যোগ মন্ত্ৰী টামিঅ’ টাগাই ৰাজ্যখনত উৎপাদিত দেশৰ প্ৰথম জৈৱিক কিৱি সুৰা আনুষ্ঠানিকভাৱে মুকলি কৰে। গুৱাহাটীৰ এখন হোটেলত মুকলি ...
‘আপুনি অকলে দেখা সপোনটো কেৱল এটা সপোন। আপুনি একেলগে দেখা সপোনটোহে হৈছে বাস্তৱ’, কিংবদন্তি গায়ক জন লেননৰ উদ্ধৃতিৰে অসমৰ সংসদীয় ...
শ্ৰীমন্ত শংকৰ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গুৱাহাটীৰ দিচপুৰৰ ইয়াৰ বিদ্যালয় চৌহদত বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক সভানেত্ৰী প্ৰয়াত বীনা চৌধুৰীৰ স্মৃতিত শনিবাৰে এখন ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd