• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৭ এপ্ৰিলত শিৱসাগৰত ভোটদান সজাগতা ৰেলি : ভাগ ল’ব অৰ্জুন ভোগেশ্বৰ বৰুৱা, মানস ৰবীনে

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 2, 2019 6:45 am
উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকৰ দৃশ্য।

উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত বৈঠকৰ দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰক আগন্তুক লোকসভা নিৰ্বাচনত  ভোটদান কৰিবলৈ আকৃষ্ট কৰাৰ হকে অহা ৭ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা সমগ্র নিৰ্বাচনী জিলাখনতে “ৱাক ফৰ ভোট (Walk for Vote)” শীৰ্ষক ভোটদান সজাগতা ৰেলি অনুষ্ঠিত কৰা হ’ব।

শিৱসাগৰ নগৰৰ ব’ৰ্ডিং খেলপথাৰৰ লগতে জিলাখনৰ ৪টা উন্নয়ন খণ্ড আৰু ৬২খন গাঁও পঞ্চায়ত এই ৰেলি অনুষ্ঠিত কৰা হ’ব। শিৱসাগৰ নগৰত ৰেলিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব SVEEP(Systematic Voters’ Education and Electoral Participation )-অৰ শিৱসাগৰ জিলা আইকন (Diatrict Icon) অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অন্যান্যসকলৰ সৈতে SVEEP ৰ জিলা দূত (District Ambassador) মানস ৰবীনেও ৰেলিত অংশগ্ৰহণ কৰিব।

এই ৰেলিত জিলা প্ৰশাসনৰ সমূহ বিষয়-ববীয়া আৰু কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা আৰু সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰিব।

ৰেলিটো সম্পৰ্কে সবিশেষ জনোৱাৰ উদ্দেশ্যে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি নিৰ্বাচন বিষয়া জগদীশ ব্ৰহ্মই SVEEP -অৰ অধীনত সমাগত লোকসভা নিৰ্বাচনত নির্বাচনী জিলাখনৰ ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।

SVEEP ৰ অধীনত ইতিমধ্যে জিলাখনত ৪৫,৫৬৫টা ম’ক প’ল অনুষ্ঠিত কৰি ৫৫,০০০ ভোটাৰ ৰাইজৰ মাজত ই ভি এম আৰু ভিভিপেট (VVPAT)-অৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হৈছে।

সাধাৰণ সেৱাকেন্দ্ৰসমূহৰ i-help পদক্ষেপৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ত  চি-ভিজিল, PWD আদি এপৰ সেৱা আগ বঢ়াই থকা হৈছে বুলিও ব্ৰহ্মই উল্লেখ কৰে। সভাত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে জিলাখনত স্বচ্ছ আৰু নিৰপেক্ষ ভোটদান সুনিশ্চিত কৰাৰ হ’কে সংশ্লিষ্ট সকলোৰে সহায়- সহযোগিতা কামনা কৰে।

সভাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, অধ্যাপক ডঃ প্ৰতীম শৰ্মা, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী আৰু ভালে সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd