NE NOW NEWS

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

কেইমাহমান পূৰ্বে ফটকা ভৰাই দিয়া আনাৰসৰ খুৱাই এটা গৰ্ভৱতী হাতীক নৃশংসভাৱে হত্যা কৰা কেৰালাত এইবাৰ সংঘটিত হৈছে আন এক অনৰূপ...

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

শিৱসাগৰৰ জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে মাটিৰ পট্টা বিলোৱাৰ পাছত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ দুখনকৈ জনসভাত অংশ...

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

বিশিষ্ট নাট্যকাৰ, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ বহু জনপ্ৰিয় নাটকৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱাৰ দেওবাৰে গুৱাহাটী মেডিকেল কলেজ ও হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে। যোৱা...

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰথমা পত্নী জেমিমা গ'ল্ডস্মিথে নতুনকৈ প্ৰেমত পৰিছে। ব্ৰিটেইনৰ চেলিব্ৰেটি পিটাৰ মৰ্গানৰ সৈতে জেমিমাৰ সম্পৰ্কই বাতৰিৰ শিৰোণামা...

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

অষ্ট্ৰেলিয়া ভ্ৰমণ সামৰি দেশলৈ উভতি অহাৰ তিনিদিনৰ ভিতৰতে টীম ইণ্ডিয়াৰ ছয়গৰাকী তৰুণ প্ৰতিভাক বিশেষ উপহাৰেৰে সম্ভাষণ জনালে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ...

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

জনবসতি অঞ্চলত সোমাই অহা এটা পূৰ্ণবয়স্ক দঁতাল হাতীৰ কাণত জুঁই লগাই দিয়াৰ পাছত হাতীটোৰ মৃত্যু হয়। তামিলনাডুৰ নীলগিৰিত সংঘটিত হোৱা...

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমণকলৈ  শিৱসাগৰত উখল-মাখল পৰিবেশৰ সৃষ্টি হোৱাৰ সময়তে মোদীৰ সভাস্থলীৰ কাষতে এজন চিকিৎসকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ...

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

 নিজৰ ৰাজ্যতে আজি পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী সন্মুখীন হ'বলগীয়া হ'ল  চূড়ান্ত অপমানৰ।  দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখতে একাংশই...

a capital

কেৱল দিল্লীতে নহয়, দেশৰ চাৰি স্থানত ৰাজধানী বিচাৰিলে এগৰাকী মুখ্যমন্ত্ৰীয়ে, কোন তেওঁ?

দেশৰ ৰাজধানী ক’ত বুলি প্ৰশ্ন কৰিলে উত্তৰ এটাই পোৱা যাব— নতুন দিল্লী। কিন্তু দিল্লীতেই কেৱল ৰাজধানী স্থাপন কৰাৰ সলনি দেশৰ...

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

নতুনকৈ গঠন হোৱা প্ৰমোদ বড়ো নেতৃত্বাধীন বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত আৰু বাক্সা জিলা প্ৰশাসনৰ সহযোগত আজি ভূমিহীন খিলঞ্জীয়া পৰিয়ালক...

Page 2990 of 5978 1 2,989 2,990 2,991 5,978

Stay Connected

Recent News