DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মেলব’ৰ্নত উজলিল ৰীমা দাস; ‘বুলবুল কেন ছিং’ ছবিয়ে আঁজুৰিলে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2019 9:42 am
Rima Das with Shahrukh Khan

ফটো উৎস : ফেচবুক

585
VIEWS
Share on FacebookShare on Twitter

শেহতীয়া ছবি ‘বুলবুল কেন ছিং’ৰ জৰিয়তে পৰিচালিকা ৰীমা দাসে পুনৰ এবাৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ ‘ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্ন’ত বিশেষ পুৰস্কাৰ লাভ কৰে এই ছবিখনে।

সন্মানীয় ফেষ্টিভেলখনত বুলবুল কেন ছিং ছবিখনে শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

67658910_2335037586573067_8169412660421459968_n
বঁটা গ্ৰহণ কৰাৰ সময়ৰ দৃশ্য

উল্লেখ্য যে ৰীমা দাসৰ উপৰি অসমৰ আন এগৰাকী যশস্বী পৰিচালক জাহ্নু বৰুৱাৰ ‘ভগা খিৰিকী’ নামৰ ছবিখনেও শ্ৰেষ্ঠ ছবিৰ মনোনয়ন লাভ কৰিছিল। তদুপৰি দুইগৰাকী অসমীয়া পৰিচালকে শ্ৰেষ্ঠ পৰিচালকৰো মনোনয়ন লাভ কৰিছিল।

ইফালে ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অব মেলব’ৰ্নত প্ৰদৰ্শিত বুলবুল কেন ছিং ছবিখন উপভোগ কৰি আপ্লুত হৈ পৰে প্ৰদৰ্শনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থকা বলিউদৰ তাৰকা তথা ‘কিং খান’ ৰূপে পৰিচিত শ্বাহৰুখ খান।

67739097_460877924755491_3078748672213647360_n

ভিলেজ ৰকষ্টাৰ্ছৰ সীমাহীন সফলতাৰ পিছত ৰীমা দাসৰ পৰিচালনাত নিৰ্মিত বুলবুল কেন ছিং ছবিখনেও ইতিমধ্যে ৰাষ্ট্ৰীয় তথা বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ফেষ্টিভেলত বিভিন্ন সন্মান আঁজুৰি আনিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে অসমৰ গাঁও এখনৰ এগৰাকী কিশোৰীক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা বুলবুল কেন ছিং ছবিখনৰ চিত্ৰনাট্য, কাহিনী আৰু নিৰ্দেশনা হৈছে ৰীমা দাসৰ। ছবিখনত অভিনয় কৰিছে পাকিজা বেগম, অৰ্ণালী দাস, বানবেন্দ্ৰ দাস, মনোৰঞ্জন দাস আৰু বনিতা ঠাকুৰীয়াই।

Recent News

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা!দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ

এক কিলোগ্ৰাম মাছৰ দাম ৪৫ হাজাৰ টকা!দৈত্যাকাৰ মাছ কিনিবলৈ ক্ৰেতাৰ ভিৰ

Congress To Hold Nation Wide Protest From Nov 14

১৪ নৱেম্বৰৰপৰা দেশজুৰি প্ৰতিবাদত নামিব সৰ্ব ভাৰতীয় কংগ্ৰেছ

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

Drugs will become sugar powder if Shah Rukh joins BJP

শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলেই ড্ৰাগছ চেনী হৈ পৰিব! কোনে কৰিছে এই মন্তব্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd