ক্ৰীড়া

পিতৃয়ে কিনি ৰাখিছিল মিঠাই, ফটকা! বিশ্বকাপত সুযোগ নাপাই কাক প্ৰথম ফোন ৰিংকু সিঙৰ?

টী-২০ বিশ্বকাপৰ ভাৰতীয় দলত সুযোগ নাপালে ৰিংকু সিঙে। পুত্ৰই সুযোগ নোপোৱাত হতাশ হৈ পৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ ক্ৰিকেটাৰৰ পিতৃ খানচন্দ্ৰ...

Read more

IPL 2024: গাঁঠি সুলকিল চেন্নাইৰ! পঞ্জাৱৰ হাতত পৰাজিত হৈ প্লে অফৰ দৌৰত চাপত পৰিল ছুপাৰ কিংছ

চলিত আই পি এলত প্ৰথমবাৰৰ বাবে আউট হ’ল ধোনী। তাৰ লগতে তেওঁৰ চেন্নাই এক্সপ্ৰেছো লাইনচ্যুত হৈ পৰিল। ঘৰুৱা খেলপথাৰ চিপকত...

Read more

IPLৰ আচৰণ বিধি ভংগ! ১০০% মেচ মাচুল কৰ্তন আৰু এখন মেচৰ বাবে নিষিদ্ধ ঘোষণা হৰ্ষিত ৰাণাক

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৪ত দিল্লী কেপিটেলছৰ বিৰুদ্ধে নিজৰ দলৰ খেলৰ সময়ত আই পি এলৰ আচৰণ বিধি ভংগ কৰাৰ বাবে কলকাতা...

Read more

টি-২০ বিশ্বকাপত অনিশ্চিত হাৰ্ডিক পাণ্ডিয়াৰ স্থান! পন্ট,ৰাহুল,ছেমচন কাৰ ফুলিব ভাগ্য?

শীঘ্ৰেই ভাৰতৰ টি-২০ বিশ্বকাপ দল আৰু আগন্তুক আইচিচি ইভেণ্টৰ বাবে সিদ্ধান্ত লোৱাৰ লক্ষ্যৰে আহমেদাবাদত বিচিচিআইৰ বাছনি সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব।...

Read more

জুলিয়েন কোঁৱৰৰ শতকেৰে বাংলাদেশৰ ১৫ বছৰ অনুৰ্ধৰ স্ক’ৰ অতিক্ৰম অসমৰ অনুৰ্ধ ১৬ দলৰ

অসমৰ ১৬ বছৰ অনুৰ্ধৰ অ’পেনাৰ জুলিয়েন কোঁৱৰে সোমবাৰে ৰাজশ্বাহীত বাংলাদেশৰ ১৫ বছৰ অনুৰ্ধৰ বিৰুদ্ধে শতক (১২২) অৰ্জন কৰি চলি থকা...

Read more

IPL 2024: ইডেনত কলকাতাৰ মহাকাব্যিক জয়! দিল্লী কেপিটেলছক হৰুৱাই দ্বিতীয় স্থানলৈ নাইট ৰাইডাৰ্ছ

প্লে অফত স্থান নিশ্চিত কৰিবলৈ দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলখনত যিকোনো প্ৰকাৰে জয়লাভ কৰিবলগীয়া আছিল কলকাতা নাইট ৰাইডাৰ্ছৰ। কিয়নো এই মেচৰ...

Read more

IPL 2024: উইল জেকছৰ ‘বাহুবলী ইনিংছ’, যোগ্য সংগ বিৰাট কোহলীৰ; গুজৰাটক বিধ্বস্ত কৰিলে আৰচিবিয়ে

গুজৰাট টাইটানছৰ ঘৰুৱা খেলপথাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰে ৯ উইকেটত জয়লাভ কৰে। ২০১ ৰানৰ লক্ষ্য খেদি  আৰচিবিয়ে...

Read more

IPL 2024: মধুৰ প্ৰতিশোধ! বেট-বলে উজলিল ধোনীৰ চেন্নাই; তুষাৰ দেশপাণ্ডেৰ বিক্ৰমেৰে বিধ্বস্ত হায়দৰাবাদ

যোৱা ৫ এপ্ৰিলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ধোনী বাহিনীক ঘৰুৱা খেলপথাৰত বিধ্বস্ত কৰি প্ৰায় একপক্ষীয়ভাৱে খেলখনত জয় কাঢ়ি নিছিল। দেওবাৰে চিপকত সেই...

Read more

নাপায় হাৰ্ডিক নাপায়! দিল্লীৰ হাতত হাৰি সৰ্বাধিক ৰান কৰা বেটছমেনকে দোষাৰোপ কৰিলে অধিনায়কে

যদিও আনুষ্ঠানিক নহয়, তথাপিও চলি থকা আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ যাত্ৰা প্ৰায় শেষ। সেই তালিকাত এইবাৰ যোগ দিবলৈ...

Read more

IPL 2024: অধিনায়ক সঞ্জুৰ বেটিং বিক্ৰমত ধৰাশায়ী লক্ষ্ণৌ; প্লে অফৰ দৌৰত সবাতোকৈ আগত ৰাজস্থান

অধিনায়ক সঞ্জু চেমছনৰ বেটিঙ বিক্ৰমত ধৰাশায়ী হ’ল লক্ষ্ণৌ। ৰাজস্থান ৰয়েলছৰ প্লে অফ খেলাটো আপাততঃ নিশ্চিত হৈ পৰিল। শনিবাৰে নিশা পুনৰ...

Read more
Page 36 of 401 1 35 36 37 401

Recent News