প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙক T-20 বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি
ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ দ্বাৰা যৌথভাৱে আয়োজন কৰা পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে (আইচিচি) ভাৰতৰ কিংবদন্তি অল-ৰাউণ্ডাৰ...
Read more