শীর্ষ সংবাদ

ফাঁচি বজাৰত চেনিটাইজেশ্যন; অংশ গ্ৰহণ কৰিলে মুখ্য মন্ত্ৰী সোণোৱালে

অসমত ক’ভিদ-১৯-ৰ প্ৰাদূৰ্ভাৱ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ অংশ হিচাপে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীৰ...

Read more

কোৱাৰেন্টাইনৰ পৰা পলাল ৩৫ জন সন্দেহজনক কৰ’না ৰোগী, ২৯জনৰ বিৰুদ্ধে দাখিল এজাহাৰ

ভাৰতত কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পোৱাৰ মাজতে বহু ঠাইত লোকৰ অজ্ঞানতাৰ বাবে পৰিস্থিতি জটিল হৈ পৰিছে। উত্তৰ...

Read more

ক’ৰ’না প্ৰতিৰোধৰ বাবে হজৰত খণ্ডকাৰপীৰ দৰগাহৰ ২৫ হাজাৰ টকাৰ সাহায্য

সম্প্ৰতি সমগ্ৰ বিশ্বতে ক'ৰ'না ভাইৰাছে এক মহামাৰী ৰূপ ধাৰণ কৰা সময়ত ভাৰততো বৰ্তমানলৈকে এই ৰোগত দুই হাজাৰকৈ অধিক লোক আক্ৰান্ত...

Read more

EDUAID-ৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ছেবাৰ বিশেষ অনলাইন পাঠ্যক্ৰম

দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সমগ্ৰ দেশত ল’কডাউন ঘোষণা কৰাৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহ বন্ধ থকাৰ পাছত সম্প্ৰতি দেশৰ...

Read more

কাইলৈ পুৱা ন বজাত দেশবাসীলৈ ভিডিঅ’ বাৰ্তা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে পুৱা দেশবাসীৰ সৈতে এক ভিডিঅ’ বাৰ্তা বিনিময় কৰিব। কিছু সময় পূৰ্বে প্ৰধান মন্ত্ৰীজনে চ’চিয়েল মিডিয়াত...

Read more

কৰ’নাৰ প্ৰভাৱ : ২০০ পাইলটৰ চুক্তি নিলম্বন কৰিলে এয়াৰ ইণ্ডিয়াই

কৰ’নাৰ আতংকই এইবাৰ বিমান পৰিবহন কোম্পীনতো প্ৰভাৱ পেলাইছে। নিয়মিতভাৱে এয়াৰলাইনছৰ দ্বাৰা তেওঁলোকৰ কৰ্মচাৰীৰ দৰমহা কৰ্তনৰ বাতৰি আহি থকাৰ মাজতে এইবাৰ...

Read more

কাকপথাৰত বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ; দুজনক গ্ৰেপ্তাৰ

ক'ৰ’না ভাইৰাছক কেন্দ্ৰ কৰি সমগ্ৰ দেশত ল'কডাউন চলি থকাৰ মাজতে আজি কাকপথাৰ আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ...

Read more

ক’ৰ’নাক লৈ ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ক’ৰ’না সন্দৰ্ভত ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত মন্ত্ৰী শৰ্মাই অসমত...

Read more

এদিনত কৰ’নাভাইৰাছ আক্ৰান্তৰ সৰ্বাধিক বৃদ্ধি, কাৰণ নিজামুদ্দিন কাণ্ড

ভাৰতত কৰ’নাভাইৰাছ আক্ৰান্ত চৰকাৰী হিচাপমতে বুধবাৰে নিশালৈকে ১৮৩৪ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত ৪১ গৰাকীৰ মৃত্যু ঘটিছে আৰু ১৪৪ গৰাকী...

Read more

নিজামুদ্দিনৰ জামাতত অংশ লোৱা লখিমপুৰৰ আটাইকেইগৰাকী COVID-19ৰ পৰা মুক্ত

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশগ্ৰহণ কৰিবলৈ যোৱা লখিমপুৰ জিলাৰ আটাইকেইজন লোকৰে COVID-19 নিগেটিভ ধৰা পৰিছে। জিলাখনৰ পৰা ৬গৰাকী ব্যক্তিয়ে জামাতত...

Read more
Page 3768 of 5000 1 3,767 3,768 3,769 5,000

Recent News