DMCA.com Protection Status

শীর্ষ সংবাদ

নগাঁৱত সাহিত্য সন্মিলনীৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত আজি ৪৯ সংখ্যক ৰাভা দিৱস উপলক্ষে নগাঁওস্থিত নেহৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত 'কলাগুৰু বিষ্ণু প্ৰসাদ...

Read more

এন আৰ চিয়ে অসমত স্থান দিব একাংশ সংখ্যালঘুক যিয়ে অসমীয়াক ক্ষতি কৰিব : ৰাজেন গোহাঁই

''ভাষা এটা জাতিৰ পৰিচয়  হ'ব নোৱাৰে। নাগৰিকত্ব বিলখন জাতিধ্বংসী বিল বুলি একাংশই ভুৱা প্ৰচাৰ চলাই আছে। অসমৰ ৰাইজে নাজানেই নাগৰিকত্ব...

Read more

বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত জে পি চিৰ শাসকীয় দলৰ সদস্যই বিশেষ ভূমিকা ল’ব : ভুৱনেশ্বৰ কলিতা

‘যুটীয়া সংসদীয় কমিটিৰ অধিকাংশ সদস্যই শাসক দলৰ। তেখেতসকলে যদি এই বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে তেওঁলোকে এইক্ষেত্ৰত পাৰিব, কাৰণ তেওঁলোকৰ...

Read more

নৱ প্ৰজন্মই জাতীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি ভৱিষ্যতৰ বাবে আগুৱাই যাব লাগিব : মুখ্যমন্ত্ৰী সোণোৱাল

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা...

Read more

‘অপাৰে’শ্যন দালাল’ত হিমন্ত বিশ্ব শৰ্মা : এ বি পি নিউজৰ অভিযানত নাম ওলাল অসমৰ ক্ষমতাশালী মন্ত্ৰীৰ

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এ বি পি নিউজে প্ৰচাৰ কৰা ‘অপাৰে’শ্যন দালাল’ত অসমৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাটোৱে তীব্ৰ...

Read more

ধৰ্মীয় যোগসূত্ৰতাৰ বাবে ‘শ্বহীদ’ শব্দ ত্যাগ আলফা (স্বাঃ)ৰ; অসমৰ জনগোষ্ঠীয় কথনৰ অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান

আলফা (স্বাধীন)ৰ হৈ ৰণত পৰাসকলৰ ক্ষেত্ৰত ‘শ্বহীদ’ অভিধা আৰু ব্যৱহাৰ নকৰে সংগঠনটোৱে। ‘শ্বহীদ’ৰ সলনি অসমৰ থলুৱা জনগোষ্ঠীৰ কথনত থকা অধিক...

Read more

মান্দাৰদিচা থ্ৰি এল পি স্কুলত কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

সমগ্র ৰাজ্যৰ লগত সংগতি ৰাখি পাৰ্বত্য ডিমা হাচাও জিলাতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মত্যু দিৱস ৰাভা দিৱস হিচাপে উদযাপিত হয়। ৰাভা...

Read more

১৯ খন পাপমোচন কেন্দ্ৰ নিৰ্মাণ কৰাৰ আগেয়ে স্বাস্থ্য বিভাগে দূৰ কৰক কেঞ্চাৰৰূপী ভুৱা নিযুক্তি : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘’পূৰ্বে স্বাস্থ্যবিভাগৰ কেঞ্চাৰৰূপী ভূৱা নিযুক্তি দূৰ কৰক, তাৰ পিছত ১৯ খন পাপ মোচন কেন্দ্ৰ অৰ্থ্যাৎ কেন্সাৰ হস্পিতাল নিৰ্মাণ কৰক।‘’ কিছুদিন...

Read more

নামদাঙত চোৰে লুটি নিলে ছয় লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ, নগদ ধন

জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত ঐতিহাসিক নামদাং শিলৰ সাকোঁৰ সমীপৰ্ৱতী মুহিকান্ত দাস নামৰ শিক্ষক গৰাকীৰ ঘৰত কালি সন্ধিয়া প্ৰায় ছয় মান...

Read more
Page 4384 of 4579 1 4,383 4,384 4,385 4,579

Recent News