DMCA.com Protection Status

শীর্ষ সংবাদ

জাতিধ্বংসী বিধেয়ক অসমত জাপি দিব নোৱাৰিব : ৰাজপথত নগঞা ৰাইজৰ হুংকাৰ

অসমৰ প্ৰৱল জনমতক আওকান কৰি একমাত্ৰ হিন্দু বাংলাদেশীৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্ত বিদেশীৰ বোজা অসমত...

Read more

‘স্কীল ইণ্ডিয়া’ৰ নামত নিবনুৱা মহিলাৰ পৰা কৌশলেৰে টকা সৰকাই প্ৰৱঞ্চকৰ পলায়ন

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা আৰু ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগমৰ জৰিয়তে নিবনুৱা শিক্ষিত মহিলাক প্ৰশিক্ষণ আৰু কৰ্মসংস্থান দিয়াৰ প্ৰলোভনেৰে লাখ লাখ...

Read more

গভীৰ নিদ্ৰাত সোণোৱাল চৰকাৰ, বাংলাদেশীৰ বাবে মেঘালয়ৰ পিছত এইবাৰ দুৱাৰ বন্ধ নাগালেণ্ডৰ

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদান কৰিবলৈ বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কক লৈ সোণোৱাল কেবিনেটত আলোচনা কৰাত স্বয়ং মুখ্য...

Read more

অসাধু ব্যৱসায়ী, বৰ্ধিত মূল্যৰ বিৰুদ্ধে মাজুলীত বজাৰে বজাৰে দণ্ডাধীশৰ অভিযান

মাজুলীত মাছ মাংস, শাক পাচলি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত নিজ খুচিমতে গ্ৰাহকৰ পৰা বৰ্ধিত মূল্য আদায় কৰা অসাধু ব্যৱসায়ীৰ...

Read more

ডিমা হাচাওত বিজেপি নেতাসকলে দামী দামী গাড়ী লৈ ফুৰিছে : কংগ্ৰেছ

পেট্ৰ'ল-ডিজেল, ৰন্ধন গেছৰ লগতে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি হাফলঙত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত নৰেন্দ্ৰ মোদী চৰকাৰৰ চাৰি...

Read more

মাৰ্ঘেৰিটাত মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন; উত্তৰ নাই মোদী-সোণোৱালৰ

দেশৰ নাগৰিককে বিদেশী বুলি কাৰাগাৰত বন্দী কৰি ৰখাৰ দৰে মানৱ অধিকাৰৰ চূড়ান্ত উলংঘন ঘটিছে অসমত। ভুক্তভোগীয়ে আবেদন কৰি অহাৰ পিছতো...

Read more

সাম্প্ৰদায়িক মেৰুকৰণৰ ভয়ংকৰ ষড়যন্ত্ৰ কৰিব বিচাৰিছে চৰকাৰে : ড০ সমুজ্জ্বল ভট্টাচাৰ্য

বিজেপি নেতৃত্বাধীন চৰকাৰখনে জাপি দিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন জাতীয় দল-সংগঠন, শিল্পী-সাহিত্যিক তথা সাধাৰণ ৰাইজে...

Read more

জঞ্জাল! কেঁচুৱা লৈ পৰীক্ষা গৃহ পালেহি মাতৃ

তিনিচুকীয়া জিলাৰ শদিয়া মহাবিদ্যালয়ৰ এটি দৃশ্য। বৰ্তমান মহাবিদ্যালয়খনত চলি থকা এক পৰীক্ষাৰ পৰীক্ষা গৃহ আহি ওলাইছেহি এটি ১৫ দিনীয়া শিশু। কিন্তু কি...

Read more

কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ বৈঠকত বিশেষ অধিৱেশনৰ দাবী বিৰোধীৰ

আজি অসম বিধানসভাৰ কাৰ্যব্যৱস্থা উপদেষ্টা কমিটীৰ এখন বৈঠক অনুষ্ঠিত হৈ যায়। বিধানসভা অধিৱেশনৰ কেলেণ্ডাৰ প্ৰস্তুতক লৈ বিজনেছ এডভাইজৰী কমিটীৰ অধ্যক্ষ...

Read more
Page 4402 of 4580 1 4,401 4,402 4,403 4,580

Recent News