DMCA.com Protection Status

শীর্ষ সংবাদ

কাল্পনিক কিন্তু অলীক নহয় অসমত বিকল্প চৰকাৰৰ সম্ভাৱনা

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ বাতিলৰ দাবীত অসমত সৃষ্টি হোৱা গণ আন্দোলনমুখী পৰিৱেশটোৱে বৰ্তমান শাসনত থকা বিজেপি নেতৃত্বাধীন চৰকাৰখনক অস্থিৰ কৰি...

Read more

বিজয়াৰ সাজেৰে পিয়াঁজৰ মালা পিন্ধি ৰাজপথত কংগ্ৰেছী ববিতা

কংগ্ৰেছৰ শাসনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ বৰ্তমান গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে এসময়ত পিয়াঁজৰ মালা পিন্ধি...

Read more

ক্ৰিকেটাৰ গম্ভীৰৰ মহানুভৱতা : এইবাৰ কান্ধপাতি ল’লে বজালীৰ চহিদ বলেন হৰিজনৰ সন্তানৰ সমস্ত দায়িত্ব

ভাৰতীয় ক্ৰিকেট তাৰকা তথা ২০১১ ৰ বিশ্বকাপ ফাইনেলত ৯৭ ৰানৰ দৰ্শনীয় ইনিংছ খেলি ভাৰতীয় দলৰ জয়ত মুখ্য ভূমিকা পালন কৰা...

Read more

প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰাৰ দাবীৰে বজালীত বিশ্ব পৰিৱেশ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগতে বজালীতো আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি মানুহৰ জীৱনত সেউজীয়া পৰিৱেশৰ...

Read more

অখিল গগৈক ভাবুকি দিয়া ৰুদ্ৰসেনাৰ নেতাক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ

‘অসমত অসমীয়াক হত্যা কৰাৰ লগতে অখিল গগৈকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰ এছ এছ-বিজেপিয়ে’। ফে’ছবুকত এটা ভিডিঅ’ৰ জৰিয়তে অখিল গগৈ...

Read more

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে শ্ৰীমন্ত শংকৰ একাডেমিত বৃক্ষৰোপণ কাৰ্যসূচী

আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ব জুৰি বিশ্ব পৰিৱেশ দিৱস হিচাপে উদযাপন কৰাৰ সমান্তৰালকৈ গুৱাহাটীৰ দিচপুৰস্থিত শ্ৰীমন্ত শংকৰ একাডেমিতো অতি...

Read more

চকা বন্ধৰ সময়ত হিংসাত্মক কাৰ্য সংঘটিত কৰা ৬ বন্ধ সমৰ্থকক আটক ডবকা আৰক্ষীৰ

ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত কালি সদৌ অসম মটৰ পৰিবহণ সংস্থাই আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত ডবকাত হিংসাত্মক কাৰ্য সংঘটিত কৰা...

Read more

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাত মুখ্য মন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাত মটক ছাত্ৰ সন্থাৰ মুণ্ডন

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে বিক্ষোভ- প্ৰতিবাদৰ জোৱাৰ।সোমবাৰে চকা বন্ধৰ মাজতেই ডিব্ৰুগড় জিলাৰ চাবুৱাত সদৌ অসম...

Read more

জাতিধ্বংসী নাগৰিকত্ব বিধেয়ক বাতিলৰ বাবে অগপক নেতৃত্ব লোৱাৰ আহ্বান অসম সাহিত্য সভাৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ ক্ষেত্রত অসম গণ পৰিষদক নেতৃত্ব ল’বলৈ কালি আনুষ্ঠানিকভাৱে আহবান জনায় জাতীয় অনুষ্ঠান অসম সাহিত্য...

Read more

শিৱসাগৰ জিলাৰ হালোৱাটিঙত গ্ৰেপ্তাৰ আলফা(স্বা)ৰ দুৰ্ধৰ্ষ সদস্য

জয়সাগৰস্থিত দাও ডিভিজনৰ সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানকাৰী এটা দলে সোমবাৰে আলফা (স্বা)ৰ এজন উগ্ৰপন্থী সদস্যক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এটা গোপন...

Read more
Page 4403 of 4580 1 4,402 4,403 4,404 4,580

Recent News