DMCA.com Protection Status

শীর্ষ সংবাদ

‘মেক ইন নৰ্থইষ্ট’ আঁচনিৰ জৰিয়তে উত্তৰ- পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি দিয়াৰ প্ৰয়াস কেন্দ্ৰৰ  

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিলাষী আঁচনি ‘মেক ইন ইণ্ডিয়া’ৰ দৰে উত্তৰ- পূৰ্বাঞ্চলতো ‘মেক ইন নৰ্থইষ্ট’ আঁচনি ৰূপায়ণৰ বাবে কেন্দ্ৰই গ্ৰহণ কৰিছে...

Read more

বিয়াগোম বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ নলবাৰী বিদ্যুৎ বিভাগৰ অভিযন্তা

বিদ্যুৎ বিলৰ বাবদ সংগৃহীত ৰাজহৰ ১৫ লক্ষাধিক টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত পৰিল বিদ্যুৎ বিভাগৰ নলবাৰীস্থিত সহকাৰী প্ৰবন্ধকৰ কাৰ্যালয়ৰ এজন...

Read more

চৰকাৰৰ আগতীয়া শংকাবোৰে এন আৰ চিত খেলিমেলি যে হৈছে তাৰহে ইংগিত কৰে : তৰুণ গগৈ

“এন আৰ চিৰ চূড়ান্ত খচৰা ওলাবৰ দিনা এটা আতংকময় পৰিস্থিতি হ'ব বুলি চৰকাৰ-প্ৰশাসনে ভাবিয়েই লৈছে। তাৰ বাবে তেওঁলোকে মকড্ৰিল পৰ্য্যন্ত...

Read more

পেঙেৰীত ২৭৫ গ্ৰাম ড্ৰাগছসহ আটক ড্ৰাগছ ব্যৱসায়ী

পেঙেৰীৰ ইনথেমত আজি ২৭৫ গ্ৰাম ড্ৰাগ্ছসহ এজন ব্যৱসায়ীক আটক কৰা হয়। ধৃত ড্ৰাগ্ছ ব্যৱসায়ীজনক সঞ্জীৱ সোণোৱাল বুলি চিনাক্ত কৰা হৈছে। এখন...

Read more

শ্বিলঙৰ উত্তেজনাময় পৰিস্থিতি আলোচনাৰ বাবে প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল চাংমাৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক

বিগত প্ৰায় চাৰিদিন ধৰি মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত অব্যাহত থকা উত্তেজনাময় পৰিস্থিতি অধ্যয়নৰ বাবে আজি ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মুকুল...

Read more

মাজুলীত মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ হাতেৰে জীৱনৰ প্ৰথম মুঠি অন্ন মুখত ল’লে দেৱশিশুৱে

সমাজ কল্যান মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মৰ মাতৃ প্ৰেমৰ এখন বিশেষ ছবি আজি দেখিবলৈ পোৱা গল মাজুলীত। পুৱাই মাজুলীত উপস্থিত হোৱা মন্ত্ৰীজনাই...

Read more

চাঞ্চল্যকৰ যোগদল হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত কৰিব চিবিআইয়ে

কেন্দ্ৰীয় অনুসন্ধান সংস্থাই (চিবিআই) গুৱাহাটীৰ উপকণ্ঠ অঞ্চল সোণাপুৰত ২০০৯ চনত চাৰিগৰাকী শিশুকে ধৰি এটা পৰিয়ালৰ ছয়জনকৈ সদস্যক হত্যা কৰা যোগদল...

Read more

এনআৰচিৰ পাছতেই হিংসাত্মক হ’ব অসমৰ পৰিস্থিতি: ‘আউটলুক’ৰ সমীক্ষাক লৈ চাঞ্চল্য

অসমৰ খিলঞ্জীয়া ৰাইজৰ একমাত্ৰ ৰক্ষাকৱচ হিচাপে বিবেচিত  ৰাষ্ট্রীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচি উন্নীতকৰণৰ পাছতেই অসমত ভয়াৱহ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে৷...

Read more

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব : ড০ হীৰেন গোহাঁই

ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন শুদ্ধ নহ’লে অসমত অশান্তিৰ সৃষ্টি হ’ব। গুৱাহাটী প্রেছ ক্লাবত দেওবাৰে যোৰহাটৰ গতি সাংস্কৃতিক গোষ্ঠীয়ে প্রদান কৰা ২০১৮ বর্ষৰ...

Read more

গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকাবন্ধৰ প্ৰভাৱ : ব্যাহত হৈ পৰিছে যাতায়াত

আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত চকা বন্ধৰ প্ৰভাৱ পৰিছে। চকা বন্ধৰ ফলত যাতায়াত প্ৰায় ব্যাহত হৈ পৰিছে। ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে...

Read more
Page 4404 of 4580 1 4,403 4,404 4,405 4,580

Recent News