• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘অসাংবিধানিক’পত্ৰক লৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতে দুই আয়ুক্ত সহ মুখ্য নিৰ্বাচনী আয়ুক্তৰ বৈঠক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 17, 2021 11:24 am
CEC India

দেশৰ মুখ্য নির্বাচনী আয়ুক্ত সুশীল চন্দ্র। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰ আৰু দুগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেই যোৱা ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আহ্বান কৰা অনলাইন বৈঠকত অংশ লৈছিল।

আইন মন্ত্ৰ্যালয়ৰ পৰা এখন পত্ৰ লাভ কৰাৰ এদিন পাছতেই অনুষ্ঠিত হৈছিল সেই বৈঠক।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি আইন মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা সেই পত্ৰৰ পাছতেই আয়োগৰ ভিতৰত সাময়িকভাৱে এক অস্থিৰতাৰ সৃষ্টি হৈছিল। কিয়নো পত্ৰখন যেন এখন ‘চমন’ৰ দৰে আছিল।

সেয়াই নহয়, পত্ৰ পঠোৱাৰ প্ৰক্ৰিয়াটোও এক দৃষ্টান্তবিহীন তথা সাংবিধানিক নিয়ম উলংঘাৰ দৰে কাম বুলি বিবেচিত হৈছিল।

Also Read: বিপদত পৰিল যৌন নিৰ্যাতনৰ বিষয়ত বিতর্কিত ‘নো স্কিন টু স্কিন কন্টেক্ট’ ৰায় দিয়া ন্যায়াধীশ গেনেডিৱালা

বাতৰি অনুসৰি, মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰ আৰু দুগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেই এই প্ৰসংগত প্ৰশ্ন তুলি তেওঁলোকৰ অসন্তুষ্টি ব্যক্ত কৰিছিল।

অৱশ্যে তাৰ মাজতো ১৬ নৱেম্বৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আহ্বান কৰা অনলাইন বৈঠকত তেওঁলোক যোগ দিবলগীয়া হয়।

ইয়াৰ পূৰ্বে যোৱ বছৰৰ ১৩ আগষ্ট আৰু ৩ ছেপ্টেম্বৰত এই বিষয়তে দুখন বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠক দুখনত নিৰ্বাচন আয়োগৰ বিষয়াসকলে অংশ লৈছিল যদিও নিৰ্বাচন আয়ুক্তসকল তাত উপস্থিত থাকিবলগীয়া হোৱা নাছিল।

নিৰ্বাচন আয়োগৰ সূত্ৰই জানিবলৈ দিয়া মতে উক্ত পত্ৰ লাভ কৰাৰ পাছত মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰই অপমানিত বোধ কৰে আৰু তেওঁ বৈঠকত যোগ নিদিয়ে বুলি জনায়। এই সন্দৰ্ভত আইন মন্ত্ৰ্যালয়ৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

Also Read: দক্ষ অসম আৰক্ষীয়ে বিচাৰি পোৱা নাই প্ৰৱঞ্চক মৃদুপৱনক! উচ্চ ন্যায়ালয়ত জামিন বিচাৰিছে নেওগে

ইপিনে, নিৰ্বাচন আয়োগ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সেই বৈঠক সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়ে যে সেয়া  আনুষ্ঠানিক এক আলোচনাহে আছিল, কোনো বৈঠক নহয়। আয়ুক্তসকলে নিৰ্বাচন সংক্ৰান্ত কোনো বিষয় আলোচনা কৰা নাছিল। নিৰ্বাচনী সংস্কাৰৰ ক্ষিপ্ৰ মীমাংসাৰ বাবে আলোচনা হৈছিল।

আনহাতে, মুখ্য নিৰ্বাচনী সুশীল চন্দ্ৰই তেওঁৰ কামত অটল হৈ ৰৈছে। আগন্তুক পঞ্জাৱ বিধানসভা নিৰ্বাচনক লৈ এক বৈঠকৰ বাবে তেওঁ ১৫ ডিচেম্বৰত চণ্ডীগড়ত গৈ উপস্থিত হৈছে।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd