• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ৰাষ্ট্ৰপতি’ নহয়, লণ্ডনৰ মাডাম টুছ’ত ডোনাল্ড ট্ৰাম্পক সজালে সাধাৰণ গল্ফ খেলুৱৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 10, 2020 10:41 am
WhatsApp Image 2020-11-10 at 9.59.23 AM

মাডাম টুছ'ত ট্ৰাম্পৰ নতুন লুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লণ্ডনৰ মাডাম টুছ’ৰ মিউজিয়ামত আমেৰিকাৰ সদ্য পৰাজিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক সম্পূৰ্ণ সলাই পেলালে মিউজিয়াম কৰ্তৃপক্ষই।

ট্ৰাম্পৰ শৰীৰত এতিয়া আৰু সেই নীলা চ্যুট নাই। ৰঙা টাইডালো নাই। চ্যুট-বুটৰ ঠাইত ট্ৰাম্পৰ শৰীৰত এইবাৰ গল্ফৰ পোছাক।

শনিবাৰে নিশাৰ ভিতৰতে সলনি হৈ পৰিল ট্ৰাম্পৰ এই লুক। সেইদিনাই নিশা ডেম’ক্ৰেট প্ৰাৰ্থী জো বিডেনৰ হাতত ৰিপাব্লিকান ডোনাল্ড ট্ৰাম্প পৰাজিত হয়।

জো বিডেন বিজয়ী হোৱাৰ পাছতে মাডাম টুছ’ৰ কৰ্তৃপক্ষই ট্ৰাম্পৰ চেহেৰা সলনি কৰি পেলায়। চ্যুট টাই পৰিহিত ট্ৰাম্পৰ পূৰ্বৰ কাপোৰ সলাই তেওঁৰ শৰীৰ পিন্ধাই দিয়া হয় চেক ট্ৰাউজাৰ, বেগুণীয়া জাম্পাৰ আৰু ৰঙা ৰঙৰ বেছবলৰ টুপী।

নিশাৰ ভিতৰতে ‘ৰাষ্ট্ৰপতি’ৰ সলনি ‘গল্ফাৰ’ হৈ পৰিল ডোনাল্ড ট্ৰাম্প।

ট্ৰাম্পৰ এই নতুন মেকঅভাৰৰৰ ফটো লণ্ডনৰ মাডাম টুছ’ কৰ্তৃপক্ষই টুইটাৰ হেণ্ডলত শ্বেয়াৰো কৰে।

টুইটাৰত তেওঁলোকে লিখিছে,’’ ট্ৰাম্পৰ নিৰ্বাচনী যাত্ৰা সম্ভৱত: এটা শ্বটটেই হোল হোৱাৰ দৰে সফল নহ’ল। পিচে, এতিয়াৰে পৰা সম্ভৱ ট্ৰাম্পে নিজৰ আটাইতকৈ পছন্দৰ খেলৰ পাছতেই অধিক সময় দিব। তাকে ভাৱিয়েই মাডাম টুছ’ই তেওঁক গল্ফৰ পোছাক পিন্ধাইছে।‘’

His campaign may not have been a hole in one, but @realDonaldTrump is now on course to dedicate more of his time to his favourite sport as #MadameTussaudsLondon re-dresses his figure in golfing attire to reflect his potential 2021 wardrobe 📷 @PA pic.twitter.com/pGUs8jKOnW

— Madame Tussauds London (@MadameTussauds) November 7, 2020

ইপিনে, জো বিডেনৰ বিজয় মানি ল’ব খোজা নাই ডোনাল্ড ট্ৰাম্পে। আনকি আইনী যুঁজত নামিবলৈও সাজু হৈছে ৰিপাব্লিকান ট্ৰাম্প।

আনহাতে, নিৰ্বাচনৰ ফলাফল ঘোষণাৰ সম.তে ভাৰ্জিনিয়াত গল্ফ খেলা দেখা গৈছিল ডোনাল্ড ট্ৰাম্পক।

সেয়েহে, মাডাম টুছ’ৰ এই নতুন মেকঅভাৰক বহুতেই ট্ৰাম্পৰ প্ৰতি এক ব্যংগাত্মক উপহাৰ হিচাপেই গণ্য কৰিছে।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা  ট্ৰাম্পৰ এই নতুন লুকক লৈ বিভিন্নজনে ৰস লাভ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd