• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেনশ্যন চেণ্টাৰে অসমৰ এন আৰ চি বহিৰ্ভূত লোকক ভীতিগ্ৰস্ত কৰিছে

অনুপ শৰ্মা by অনুপ শৰ্মা
September 6, 2019 8:33 pm
Matia-Sakina-Begum-Fear of being put in detention centre grips NRC excluded people

মটিয়াত পূৰ্ণগতিত চলিছে ডিটেনশ্যন কেন্দ্ৰৰ নিৰ্মাণ। ছবি- নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে এন আৰ চিৰ পৰা বাদ পৰা লোকসকলক বন্দীও কৰা নহয় বিদেশীও বোলা নহয় বুলি কৈ থাকিলেও, নিৰ্মাণ কৰি থকা ডিটেনশ্যন কেন্দ্ৰসমূহে যোৱা কিছুদিন ধৰি মানুহক আতংকিত কৰি আহিছে।

৩১ আগষ্টত প্ৰকাশিত এন আৰ চিৰ পৰা ১৯ লাখৰ অধিক লোক বাদ পৰিছে, যিসকলে তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণৰ বাবে অহা ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধিকৰণৰ দুৱাৰ খটখটাব লাগিব। পৰৱৰ্তী পৰ্য্যায়ত তেওঁলোক উচ্চতৰ আদালতলৈয়ো গতি কৰিব পাৰিব।

প্ৰক্ৰিয়াটোৰ সম্পূৰ্তিত চিনাক্ত অবৈধ বিদেশীক ৰখাৰ বাবে অসম চৰকাৰে দহটা ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰি আছে। আটাইতকৈ বৃ্হৎ ডিটেনশ্যন কেন্দ্ৰটোৰ নিৰ্মাণ গোৱালপাৰা জিলাৰ মটিয়াত ইতিমধ্যে আৰম্ভ হৈছে।

বৰপেটা, ডিমা হাচাও, কামৰূপ, কৰিমগঞ্জ, লখিমপুৰ, নগাওঁ, নলবাৰী, শিৱসাগৰ আৰু শোণিতপুৰত হ’ব লগা বাকী নটা ডিটেনশ্যন কেন্দ্ৰৰ নিৰ্মাণ আৰম্ভ হ’বলৈ এতিয়াও বাকী। এই দহটা ডিটেনশ্যন কেন্দ্ৰৰ আনুমানিক ব্যয় নিৰ্মাণ ব্যয় ১০০০ কোটি টকা।

“মই প্ৰকৃত ভাৰতীয় নাগৰিক কিন্তু মোৰ নাম এন আৰ চিত নাই। মই অশিক্ষিত মানুহ। মোৰ যি কাগজ-পাতি আছিল দিলো। মই এতিয়া কি কৰিব লাগে?” খুটামাৰী গাঁৱৰ চাকিনা বেগমে কয়।

Sakina-Begum-Fear of being put in detention centre grips NRC excluded people
চাকিনা বেগম।

চাকিনা বা তেওঁৰ দৰেই গোৱালপাৰাৰ বহু লোকেই এতিয়া বহিৰ্ভূত লোকক ৰাখিবলৈ ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণৰ বাতৰিত ভয় খাইছে।

মটিয়াত নিৰ্মীয়মান ডিটেনশ্যন কেন্দ্ৰৰ পৰা চাকিনাৰ ঘৰলৈ খুব বেছি ৩০ কিঃ মিঃ। বহু দশক পূৰ্বে চাকিনাৰ পূৰ্বপুৰুষ অসমলৈ প্ৰব্ৰজন কৰিছিল, কিন্তু ১৯৯৭ চনত ভোটাৰ তালিকা পুনৰ মূল্যায়নৰ সময়ত তেওঁক “সন্দেহজনক” ভোটাৰৰূপে অভিহিত কৰা হয়। তেওঁ বিদেশী ন্যায়াধিকৰণত গোচৰটো চলাইছিল আৰু ন্যায়াধিকৰণে ২০১৬ চনত তেওঁক অবৈধ প্ৰব্ৰজনকাৰী নহয় বুলি ঘোষণা কৰিলে যদিও এন আৰ চিত তেওঁৰ নাম নাহিল।

“মই ভয় খোৱা নাই কিন্তু মই শুনিও আছো যে চৰকাৰে ডিটেনশ্যন কেন্দ্ৰ সাজি আছে। পৰিয়াল এৰি কোনে ডিটেনশ্যন কেন্দ্ৰত থাকিব খুজিব? মোৰ লগত কি হ’বলৈ গৈ আছে নাজানো,” চিন্তাক্লিষ্ট চাকিনাই কয়।

অনুপ শৰ্মা

অনুপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd