• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাণু মণ্ডলৰ নকল কৰি গ্ৰেপ্তাৰ হোৱাৰ পথত পাপু পম পম – আৰু বহুতৰ ওপৰত আৰক্ষীৰ শেনচকু

এন ই নাও নিউজ by এন ই নাও নিউজ
August 29, 2019 1:41 pm
Ranu Mondal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই নিশাৰ ভিতৰতে চেলিব্ৰেটিলৈ পৰিণত হোৱা ৰাণু মণ্ডল এতিয়া বহুতৰে বাবে প্ৰেৰণাৰ উৎস।

ছ’চিয়েল মিডিয়াৰ বাবেই বলিউদৰ শেহতীয়া তাৰকালৈ পৰিণত হোৱা ৰাণুক এতিয়া একাংশই চ’চিয়েল মিডিয়াৰ জৰিয়তেই ঠাট্টা মস্কৰা কৰাত ব্যস্ত হৈ পৰিছে।

যেতিয়াই ছ’চিয়েল মিডিয়াত কিছু বস্তু ভাইৰেল হৈ পৰে তেতিয়াই একাংশই সেইবোৰক লৈ উপহাস বা মেমে বনোৱাত ব্যস্ত হৈ পৰে। কিন্তু কেতিয়াবা সেইবোৰ হৈ পৰে অসহনীয়।

উৰিষ্যাৰ পাপু পম পম নামৰ এগৰাকী অভিনেতা তথা কমেডিয়ানৰ ক্ষেত্ৰতো ঘটিল তেনে ঘটনা। শেহতীয়াকৈ ৰাণু মণ্ডলক ঠাট্টা কৰি কমেডিয়ান গৰাকীয়ে বনোৱা এটা ভিডিঅ’ৰ বাবে সন্মুঋখীন হৈছে তীব্ৰ সমালোচনাৰ।

যি সময়ত ৰাণু মণ্ডলৰ সফলতাৰ বাবে সকলোৱে শুভেচ্ছা তথা গায়িকা গৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে ঠিক তেনে সময়তে পাপু পম পমৰ এনে মানসিকতাক একেমুখে ধিক্কাৰো জনাইছে।

ইফালে জানিব পৰা মতে কমেডিয়ান গৰাকীৰ এনে নিকৃষ্ট মানসিকতাৰ বাবে নিচিন্তাকৈলি নাগৰিকা মঞ্চ নামৰ এটা সংগঠনে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ পিছতে কমেডিয়ান পাপু পম পমে ক্ষমা খুজি কয়, ‘গানটো জনপ্ৰিয় কৰাৰ স্বাৰ্থতহে মই ভিডিঅ’টো বনাইছিলো। এয়া এজন শিল্পীৰ আন এজন শিল্পীলৈ উপহাৰ আছিল। যদি এই ভিডিঅ’টোই কাৰোবাক আঘাট দিছে তেন্তে তাৰ বাবে ক্ষমা প্ৰাৰ্থী’।

লগতে পঢ়ক : ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা

উল্লেখ্য যে ৰাণুৰ ভাগ্য তেতিয়াই সলনি হ’ল যেতিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন যাত্ৰীয়ে তেওঁ লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই থকা মূহুৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে নিশাৰ ভিতৰতে এক প্ৰকাৰ চেলিব্ৰেটি হৈ পৰিল ৰাণু মণ্ডল।

ইয়াৰ পাছতে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াই যোগাযোগ কৰি হিন্দী চিনেমাত গীত গোৱাৰ সুযোগ প্ৰদান কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd