NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি

Posted by: এন ই নাও নিউজ ব্যুৰো December 3, 2017 5:05 pm
অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি

অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।

Apply Now
← Previousবোকাখাতত খড়্গ সহ আটক চোৰাংচিকাৰীক Next →বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন…

You may also like

অসম

ট্ৰাম্প-জেলেনস্কিৰ বৈঠকত বাক্ বিতণ্ডা-উত্তেজনা; নহ’ল চুক্তি, বাতিল যৌথ সংবাদমেল

ইমান দিনে উত্তৰ-প্ৰত্যুত্তৰেৰে কথাৰ কটাকটি চলিছিল; কিন্তু এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিৰ মাজত মুখামুখিকৈ হ’ল তৰ্কযুদ্ধ। শুকুৰবাৰে…

এন ই নাও নিউজ, গুৱাহাটী · March 1, 2025 8:15 am
অসম

চলিত বৰ্ষৰ নৱেম্বৰৰ ভিতৰত অসমৰ পৰা আফস্পা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সম্ভাৱনা আছে: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে চলিত বৰ্ষৰ ভিতৰত ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (আফস্পা)সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰা হ’ব। ‘আমি…

এন ই নাও নিউজ, গুৱাহাটী · May 23, 2023 7:20 am
অসম

ঘাইপথ মেৰামতিৰ বাবে দিয়া ধন আত্মসাৎ; তদন্তৰ দাবী মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ

মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত পাৱৈৰ পৰা লিডু লৈকে থকা জৰাজীৰ্ণ ৩৮ নং ৰাষ্টীয় ঘাইপথছোৱাই অঞ্চলটোৰ ৰাইজক জীয়াতু ভোগাই আহিছে। বিগত প্ৰায় তিনিবছৰে পথটোৰ…

মানস প্ৰতিম গগৈ · April 24, 2019 7:57 pm
অসম

বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই মহানগৰীত ১৯বছৰীয়া যুৱতীৰ আত্মহত্যা!

বন্ধুবৰ্গৰ সৈতে বনভোজলৈ যাবলৈ অনুমতি নিদিয়াৰ বাবেই গুৱাহাটী মহানগৰীৰ পাথৰকুৱেৰি অঞ্চলৰ এগৰাকী ১৯ বছৰীয়া যুৱতীয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটি হৈছে। সোমবাৰে সন্ধিয়া…

এন ই নাও নিউজ, গুৱাহাটী · January 11, 2022 9:45 am
NORTHEAST NOW (Assamese)
NORTHEAST NOW (Assamese) © 2026