NORTHEAST NOW (Assamese)
অসম

অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 22, 2017 12:15 pm
অনিমা গুহ গুৰুতৰভাৱে অসুস্থ

অসমৰ এগৰাকী সুলেখিকা, অশীতিপৰ অনিমা গুহ গুৰুতৰভাৱে অসুস্থ হোৱাৰ বাতৰি পোৱা গৈছে। সম্প্ৰতি গুৱাহাটীৰ আৰ্য হস্পিটেলৰ আই চি য়ুত লেখিকাগৰাকীক চিকিৎসা আগ বঢ়াই থকা হৈছে।