NORTHEAST NOW (Assamese)

এ পি এচ চিৰ নতুন অধ্যক্ষ হ’ব অৱসৰপ্ৰাপ্ত আই এ’ এছ বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা

February 27, 2018 8:34 pm · এন ই নাও নিউজ

দুৰ্নীতিবিধ্বস্ত অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষৰূপে নিযুক্তি দিয়া হৈছে ধ্ৰুৱজ্যোতি হাজৰিকাক।

নৱ নিযুক্ত অধ্যক্ষ হাজৰিকা ভাৰতীয় অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া।

বৰ্তমানৰ অধ্যক্ষ অনুপম ৰয়ৰ স্থানত নিযুক্ত হাজৰিকাই অহা বুধবাৰে দায়িত্ব ল’ব বুলি জানিব পৰা গৈছে।

Related News