অসম কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 19, 2017 7:05 am কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত থকা তিনিখনকৈ দোকানত জুই লাগি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও জুই নুমোৱাৰ চেষ্টা অৱ্যাহত ৰাখিছে। ← Previousবৰাক নদীৰ ওপৰত তিনিখন নতুন দলঙৰ অনুমোদন Next →ভাৰত-ম্যানমাৰৰ মাজত যুটীয়া সামৰিক অনুশীলন You may also like Popular Stories ত্রিপুৰাত IPFT দলৰ নেতাক হত্যা ত্ৰিপুৰাৰ ধালাই জিলাৰ গাণ্ডাচাৰা অঞ্চলত Indigenous People’s Front of Tripura চমুকৈ IPFT দলৰ এগৰাকী নেতাক কোনো অচিনাক্ত বৃহস্পতিবাৰে নিশা দুৰ্বৃত্তই হত্যা কৰে।… এন ই নাও নিউজ · June 26, 2020 5:24 pm অসম শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত হিমন্ত বিশ্ব শৰ্মা; শ্বহীদগৰাকীৰ সোঁৱৰণত ৩ কিলোমিটাৰ পথ উৎসৰ্গাৰ নিৰ্দেশ ১২ জুনত দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা গুলীয়াগুলীত শ্বহীদ হোৱা অসমৰ চি আৰ পি এফৰ জোৱান নিৰোদ শৰ্মাৰ নলবাৰীৰ বৰমাত… এন ই নাও নিউজ · June 15, 2019 12:29 pm অসম ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি ,আক্ৰান্ত হ’ল কিমান? ৰাজ্যত আজিৰ দিনটোত আঠ সহস্ৰাধিক লোক কোভিডত আক্ৰান্ত, মৃতকৰ সংখ্যাও উদ্বেগজনক। কালান্তক ৰূপ হৈ অসমত পুনৰ সংক্ৰমিত হৈছে কোভিড। প্ৰতিদিনে আক্ৰান্তৰ সংখ্যা… এন ই নাও নিউজ,গুৱাহাটী · January 19, 2022 8:49 pm Popular Stories বুলড’জাৰ চলোৱাৰ বিৰুদ্ধে শীৰ্ষ আদালতৰ ৰায়লৈ আপৰ আদৰণি; পুলিচ ৰাজৰ অৱসান বিচাৰিলে আপৰ ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে বুলড’জাৰৰ জৰিয়তে দেশৰ কেইবাখনো ৰাজ্যৰ চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে আম আদমী পাৰ্টিয়ে। আপৰ ৰাজ্যিক সভাপতি… নৰ্থ ইষ্ট নাও, গুৱাহাটী · November 14, 2024 4:44 pm