অসম শেহতীয়া খবৰ : ৰাজ্য চৰকাৰৰ নতুন মহাধিবক্তা নিযুক্তি Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী, ১৭ নৱেম্বৰ: November 17, 2017 12:16 pm অসম চৰকাৰে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইক ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ। বৰপাত্ৰ গোহাঁই চিন্ময় চৌধুৰীৰ স্থানত স্থলাভিষিক্ত হ’’ব। ← Previousনগাঁৱৰ চামগুৰিত শোকাবহ পথ দুৰ্ঘটনা Next →ব্ৰহ্মপুত্ৰৰ উৎসস্থলৰ বিৰল ফটো প্ৰকাশ চাইনা ডেইলিৰ You may also like অসম সংবাদপত্ৰৰ জৰিয়তেহে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰি : উপায়ুক্ত থানেশ্বৰ মালাকাৰ ‘নগাঁৱৰ সাংবাদিকতাৰ ইতিহাস বহু দীঘলীয়া। এয়া গৌৰৱ কৰিব লগা ইতিহাস। সাংবাদিকতাৰ ক্ষেত্ৰত নগাঁও পথ প্ৰদৰ্শক বুলি কব পাৰি।’ এই মন্তব্য বৰপেটা জিলাৰ… মিণ্টু দাস · August 19, 2018 8:31 am অসম ৰথযাত্ৰাৰ অনুমতি দিলে প্ৰভু জগন্নাথে আমাক ক্ষমা নকৰিব: উচ্চতম ন্যায়ালয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ইতিহাসত প্ৰথমবাৰৰ বাবে স্থগিত ৰখা হ’ব পুৰীৰ ঐতিহ্যপূৰ্ণ ৰথযাত্ৰা। এইবছৰ আৰু বহু প্ৰতীক্ষিত পুৰীৰ ৰথযাত্ৰা আৰু অনুষ্ঠিত নহয়। উচ্চতম… এন ই নাও নিউজ · June 18, 2020 5:32 pm অসম লাখ লাখ নিৱনুৱাক লৈ মুখ্যমন্ত্ৰী শৰ্মাৰ পৰিকল্পনা কি? প্ৰশ্ন আম আদমী পাৰ্টীৰ ৰাজ্যৰ নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰা সময়তো বিজেপি চৰকাৰ চিন্তিত নহয় ৷ নিনুৱা সংস্থাপনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন… এন ই নাও নিউজ, গুৱাহাটী · October 11, 2025 3:35 pm অসম কংগ্ৰেছত ব্যাপক অসন্তুষ্টি; থাওৰাত জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ পদত্যাগ ৰাজ্যৰ চাৰিওফালে এতিয়া বৈছে নিৰ্বাচনী বতাহ। কিন্তু পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত দেখা দিছে ব্যাপক অসন্তুষ্টিয়ে। ৰাজ্যৰ বিভিন্ন… হিতোজ্বল চেতিয়া · November 15, 2018 1:26 pm