NORTHEAST NOW (Assamese)
অসম

ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু

Posted by: এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : November 19, 2017 10:47 am

নিশা খাদ্যৰ সন্ধানত আমচং বনাঞ্চলৰ পৰা ওলাই অহা  দুটাকৈ বনৰীয়া হাতীক  মহটিয়াই নিয়ে দ্ৰুতবেগী ৰে’লে। ফলত থিতাতে মৃত্যু হয় হাতী দুটাৰ । এই শোকাৱহ ঘটনাটো চন্দ্ৰপুৰত সংঘটিত হয় । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাক এটাই ৰে’ল লাইন পাৰ হওঁতেই এই দুৰ্ঘটনাটো ঘটে।