অসম দিনৰ ১১ বজালৈ অসমৰ চাৰিটা লোকসভা সমষ্টিত ২৭.৩৪% ভোটগ্ৰহণ,বৰ্তমানলৈ সৰ্বোচ্চ কোকৰাঝাৰত,সৰ্বনিম্ন গুৱাহাটীত Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 7, 2024 12:05 pm আজি অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে৷আজি দিনৰ ১১ বজা পৰ্যন্ত অসমত আনুমানিক ভোটদানৰ হাৰ ২৭.৩৪%৷ বৰপেটা- ২৭.১৯% ধুবুৰী- ২৭.৭৭% গুৱাহাটী- ২৬.২৫% কোকৰাঝাৰ- ২৮.২৮% ← Previousবিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ; সাগৰত উটি গ’ল ৫… Next →আজিৰ নিৰ্বাচনত অৱতীৰ্ণ আটাইতকৈ ধনী প্ৰাৰ্থী ১৩৬১কোটিৰ গৰাকী!… You may also like Popular Stories জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ ১৯, ২০ আৰু ২১ ছেপ্টেম্বৰত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব তিনিদিনীয়া ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ। সমাজৰ বিভিন্ন স্তৰত প্ৰচলিত পৰম্পৰাগত ৰীতি-নীতি… এন ই নাও নিউজ, গুৱাহাটী · September 15, 2025 7:04 pm Popular Stories পাকিস্তানৰ ৰাজধানীত ভয়ংকৰ বিস্ফোৰণ: ১২ জন নিহত, ২৭ জন আহত পাকিস্তানৰ ৰাজধানী ইছলামাবাদত আজি ১১ নৱেম্বৰত এক ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হয়। ইছলামাবাদৰ জিলা আদালতৰ মূল প্ৰবেশদ্বাৰৰ বাহিৰত ৰখা আৰক্ষীৰ এখন বাহনক… এন ই নাও নিউজ, গুৱাহাটী · November 11, 2025 6:17 pm অসম মণিপুৰৰ খেতিয়কে উৎপাদন কৰিলে ৭.৬ কিলোগ্ৰাম ওজনৰ জৈৱিক বন্ধাকবি মণিপুৰৰ সেনাপতি জিলাৰ লিয়াই খুনোউ গাঁৱৰ এগৰাকী খেতিয়কে নিজ খেতিপথাৰত ৭.৫ কেজি ওজনৰ বৃহৎ বন্ধাকবি উৎপাদন কৰাৰ আলোকচিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ… এন ই নাও নিউজ · October 8, 2020 5:51 pm অসম অসমত লকডাউন নহয় বুলি হিমন্ত বিশ্ব শৰ্মাই দোহাৰি থকাৰ মাজতে এয়া কি ক’লে মুখ্যমন্ত্ৰী সোণোৱালে? দেশত এতিয়া ক২ৰ’নাৰ মহাসংহাৰ চলিছে। ৰাজ্যই ৰাজ্যই আংশিক অথবা সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে।এনে পৰিস্থিতিত অসমতো লকডাউন হ’ব নেকি তাকেলৈ ৰাজ্যবাসীৰ মনত… এন ই নাও নিউজ · April 19, 2021 6:01 pm