NORTHEAST NOW (Assamese)

ক’ৰ’ণাৰ বেয়া খবৰৰ মাজতে ক’ৰ’ণামুক্ত হৈছে কেইবাজনো

June 3, 2020 9:12 pm · কল্পজ্যোতি শইকীয়া
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ৰাজ্যত অপ্ৰতিৰোধ্য ণাৰ সংক্ৰমণ। কিন্তু এই বেয়া খবৰৰ মাজে মাজে  আজিৰ দিনটোতো আহিছে পুনৰ এক ভাল খবৰ।

আজিৰ দিনটোত বৰ্তমানলৈকে ৭৬ গৰাকী লোক ণামুক্ত হৈছে।

এই মুহূৰ্তত গৰাকী লোক ণামুক্ত হৈছে।

লখিমপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা ৫গৰাকী আৰু গোলাঘাটৰ অসামৰিক চিকিৎসালয়ৰ পৰা গৰাকী লোক ণামুক্ত হৈ ঘৰলৈ উভটিছে।

ৰাজ্যত মুঠ ণামুক্ত হৈছে ৪১৩ গৰাকী লোক। ১২৬১ গৰাকী লোক বৰ্তমানো চিকিৎসাধীন হৈ আছে।

দুবাৰকৈ পৰীক্ষা কৰাৰ অন্তত নিগেটিভ ওলোৱাসকলক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।

টুইটাৰযোগে এই কথা জনাইছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

কিছু সময় পূৰ্বে ৬৭ গৰাকী লোক ণামুক্ত হৈছিল।

ণামুক্ত হোৱা সকলৰ মাজত সোণাপুৰ জিলা অসামৰিক চিকিৎসালয়ৰ পৰা ৩৯ গৰাকী, বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ মেডিকেল কলেজৰ পৰা ১০ গৰাকী, ডিমা হাছাও অসামৰিক চিকিৎসালয়ৰ পৰা গৰাকী, GMCH পৰা গৰাকী, শিলচৰ মেডিকেল কলেজৰ পৰা গৰাকী, যোৰহাট মেডিকেল কলেজৰ পৰা গৰাকী, MMCH পৰা এগৰাকী আৰু গোলাঘাট অসামৰিক চিকিৎসালয়ৰ পৰা এগৰাকী লোকক মুক্তি দিয়া হৈছিল।

কালিৰ দিনটোত ৯১ গৰাকী লোক ণামুক্ত হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভটিছিল। কালিৰ পৰা আজিলৈকে ১৬৭ গৰাকী ৰোগী ণামুক্ত হৈছে।

যোৱা জুনত মুঠ ৯৯ গৰাকী লোকক মুক্তি দিয়া হৈছিল ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা।

যোৱা ৩১ মে দিনা ২২ গৰাকী ৰোগী ণামুক্ত হৈ ঘৰলৈ উভটিছিল।

যোৱা ৩০ মে   ৩৮ গৰাকী লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৯ মেত মুঠ ২৮ গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল।

যোৱা ২৮ মে ১৬ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৭ মেত ৰাজ্যত ২৫ গৰাকী লোকক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছিল।

যোৱা ২৩ মে দন্ত চিকিৎসক ডঃ দীপা ডেকা সুস্থ হৈ উঠাৰ বাবে তেওঁক GMCH পৰা মুক্তি দিয়া হৈছিল।  তেওঁৰ লগতে অন্য এগৰাকী মহিলা ৰোগীকো মুক্তি দিয়া হৈছিল GMCH পৰা।

উল্লেখযোগ্য যে, যোৱা ২০ মে GMCH কণিষ্ঠ চিকিৎসক ডঃ লিথিকেশ সুস্থ হৈ উঠিছিল

ৰাজ্যত আজিৰ দিনটোত বৰ্তমানলৈকে ১১১ গৰাকী লোক এই কোভিড১৯+ আক্ৰান্ত হোৱাত তথা ৰোগীৰ সংখ্যা ১৬৭২ লৈ বৃদ্ধি পোৱাত সকলো আতংকিত হৈ আছে  যদিও ২৪ ঘণ্টাত ১৬৯ গৰাকীকৈ ৰোগী ণামুক্ত হোৱাটোৱে জনসাধাৰণলৈ কিছু পৰিমানে সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

Related News