NORTHEAST NOW (Assamese)
Popular Stories

পানভেল ফাৰ্মহাউছৰ সমীপৰ গাঁওবাসীলৈ খাদ্য সামগ্ৰী যোগান ধৰিলে বলিউদৰ চুপাৰষ্টাৰ চলমান খানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 6:06 pm
salman001

বলিউদৰ চুপাৰষ্টাৰ চলমান খানে দৰিদ্ৰ লোকলৈ যোগান ধৰিছে খাদ্য সামগ্ৰী।

পানভেলৰ নিজৰ ফাৰ্মহাউছৰ ওচৰ দৰিদ্ৰ গাঁওবাসীৰ বাবে চলমানে খানে খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে।

চ’ছিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত চলমানে খানে নিজৰ ফাৰ্মৰ সমীপৰ গাঁওবাসীৰ বাবে টেক্টৰ আৰু গৰু গাড়ীত খাদ্য সামগ্ৰী বুজাই কৰা দেখা গৈছে।

View this post on Instagram

A post shared by Salman Khan (@beingsalmankhan)

উল্লেখ্যে চলমান খানৰ এই প্ৰচেষ্টাত জেকলিন ফাৰ্ণ্ডাণডেজ, ইউয়ুলিয়া ভান্ট’ৰ, কামাল খান, নিকেটন মাধুক, ৱালুছা ডি’চুজাকে আদি কৰি বলিউদৰ বিভিন্ন তাৰকাই সহায্য আগবঢ়াইছে।

নিজৰ ইনষ্টগ্ৰাম একাউন্টত আপলোড কৰাৰ এটা ভিডিঅ’ত চুপাৰষ্টাৰ চলমান খানে সাহায্য আগবঢ়োৱা সকলো তাৰকাকে ধন্যবাদ জ্ঞাপন কৰিছে।

উল্লেখ্য যে যোৱা মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশব্যাপী বলৱৎ হোৱাকৈ ল’কডাউন ঘোষণা কৰাৰ পৰাই চলমান খানে পানভেলৰ নিজা ফাৰ্মহাউছতে আছে।