NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ডত ৩৬ নতুন ক’ভিড আক্ৰান্ত, মুঠ ৩৬১৯লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 21, 2020 4:56 pm
36 more test positive for COVID-19 in Nagaland

নাগালেণ্ডত শুকুৰবাৰে ৩৬গৰাকী নতুন ক’ভিড১৯ ৰোগী চিনাক্ত হৈছে, মুঠ আক্ৰান্তৰ সংখ্যা ৩৬১৯লৈ বৃদ্ধি হৈছে।

নতুনকৈ চিনাক্তসকলৰ ভিতৰত আছে কহিমাৰ ১৭, ডিমাপুৰৰ ১০, জুনহেব’টৰ ৭ আৰু পেৰেনৰ দুগৰাকী ব্যক্তি।

বৃহস্পতিবাৰে ৰাজ্যখনত ২৫গৰাকী নতুন ক’ভিড ৰোগী চিনাক্ত হৈছিল।

৮২৭টা নমুনা পৰীক্ষাৰ অন্তত এইসকল ৰোগী চিনাক্ত হৈছিল।

ডিমাপুৰত ১৫, কহিমাত ৯ আৰু মনত এগৰাকী ৰোগী চিনাক্ত হৈছিল।

ৰাজ্যখনত বৃহস্পতিবাৰলৈকে ২১৫গৰাকী ব্যক্তিয়ে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰিছে।