NORTHEAST NOW (Assamese)
অসম

চামগুৰিত গাড়ীৰ ওপৰতে ভাঙি পৰিল গছৰ প্ৰকাণ্ড ডাল

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা April 17, 2021 10:00 am
sishu

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাই সংহাৰৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

চামগুৰিৰ আমবাগানৰ শিৱ মন্দিৰত ধুিমুহাৰ ফলত  পৰা ভাঙি পৰিল এজোপা প্ৰকাণ্ড গছৰ ডাল।

ধুমুহা বতাহৰ ফলত এখন ব’লেৰ’  পিক আপ ভানৰ ওপৰত পৰিল গছৰ ডালি।

গছৰ ডাল ভাঙি পৰাৰ লগে লগে অঞ্চলটোত হল এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।  অৱশ্যে কথমপি  প্ৰাণ ৰক্ষা পৰে গাড়ী চালকৰ।

গাড়ী খনৰ নম্বৰ হৈছে AS12BC1984