অসম ২০২২ বৰ্ষৰ অসমৰ চৰকাৰী বন্ধৰ তালিকা প্ৰকাশ; চাওক কেতিয়া কি উপলক্ষে থাকিব চৰকাৰী বন্ধ
Posted by: এন ই নাও নিউজ, গুৱাহাটী
Updated by: এন ই নাও নিউজ, গুৱাহাটী
October 28, 2021 6:21 pm

অসম চৰকাৰে ২০২২বৰ্ষৰ বাবে চৰকাৰী বন্ধৰ দিনৰ তালিকা প্ৰকাশ কৰিছে। আগন্তুক বর্ষত মুঠ চৰকাৰী বন্ধ থাকিব ৩৫ দিন। সেই অনুসৰি চৰকাৰী বন্ধৰ সম্পূৰ্ণ তালিকাখন দাঙি ধৰা হ’ল।
| তাৰিখ |
কি উপলক্ষে |
| ১৫, ১৬ জানুৱাৰী |
মাঘ বিহু আৰু টুছু পূজা |
| ২৩ জানুৱাৰী২৫ জানুৱাৰী |
নেতাজীৰ জন্মদিৱসবাথৌ পূজা |
| ২৬ জানুৱাৰী |
গণৰাজ্য দিৱস |
| ২৮ জানুৱাৰী |
বাথৌ পূজা |
| ৩১ জানুৱাৰী |
মে–দাম–মে–ফি |
| ১৬ ফেব্ৰুৱাৰী |
বীৰ চিলাৰায় দিৱস |
| ১৮ মাৰ্চ |
দৌলযাত্ৰা |
| ১৪, ১৫, ১৬ এপ্ৰিল |
বহাগ বিহু |
| ২১ এপ্ৰিল |
সতী সাধিনী দিৱস |
| ১ মে’ |
মে’ দিৱস |
| ৩ মে |
ঈদ-উল-ফিটৰ |
| ১৬ মে |
বুদ্ধ পূৰ্ণিমা |
| ১৭ মে |
শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ |
| ১০ জুলাই |
ঈদ উদ জোহা |
| ১৫ আগষ্ট |
স্বাধীনতা দিৱস |
| ১৯ আগষ্ট |
জন্মাষ্টমী |
| ২৯ আগষ্ট |
শ্ৰীমন্ত শংকৰদেৱৰ তিথি |
| ৬ ছেপ্টেম্বৰ |
কৰম পূজা |
| ১৪ ছেপ্টেম্বৰ |
শ্ৰী শ্ৰী মাধৱদেৱৰ তিথি |
| ২ অক্টোবৰ |
গান্ধী জয়ন্তী আৰু দুৰ্গা পূজা সপ্তমী |
| ৩ আৰু ৪ অক্টোবৰ আৰু ৫ অক্টোবৰ |
দুৰ্গা পূজা অষ্টমী, নৱমী, দশমী, শংকৰদেৱৰ জন্মোত্সৱ। |
| ১৮ অক্টোবৰ |
কাতি বিহু |
| ২৪ অক্টোবৰ |
কালী পূজা আৰু দীপাৱলী |
| ২৭ অক্টোবৰ |
ভাতৃ দ্বিতীয়া |
| ৩০ নৱেম্বৰ |
ষট পূজা |
| ৮ নৱেম্বৰ |
গুৰু নানকৰ জন্মদিৱস |
| ২৪ নৱেম্বৰ |
লাচিত দিৱস, |
| ২ ডিচেম্বৰ |
অসম দিৱস |
| ২৫ ডিচেম্বৰ |
বৰদিন |