NORTHEAST NOW (Assamese)
অভিমত অসম আন্ত: ৰাষ্ট্ৰীয় ক্ৰীড়া জীৱনশৈলী দেশ প্ৰাসংগিক প্ৰশ্ন
NORTHEAST NOW (Assamese)
  • Home
  • অভিমত
  • অসম
  • আন্ত: ৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • জীৱনশৈলী
  • দেশ
  • প্ৰাসংগিক প্ৰশ্ন
অসম

অসম ৰাইফলছত গ্ৰুপ চি আৰু ডিৰ চাকৰি

Posted by: এন ই নাও নিউজ ব্যুৰো December 3, 2017 5:05 pm

অসম ৰাইফলছে ইয়াৰ ৱেবছাইটত ঘোষণা কৰা মতে বাহিনীটোত অলপতে চি আৰু ডি গ্ৰুপৰ ৭৫৪ টা পদ পূৰণৰ বাবে মকৰল প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। ইয়াত জনোৱা খবৰ মতে অহা ২০ ডিচেম্বৰৰ ভিতৰত এই খালী পদসমূহত নিযুক্তিৰ সুবিধা ল’ব খোজা অৰ্হতাসম্পন্ন পুৰুষ আৰু মহিলাই আবেদন কৰিব পাৰিব। তেওঁলোকৰ ৱেবছাইট http://www.assamrifles.gov.in/ এই বিষয়ে বিতং তথ্যৰ লগতে আৱেদন পত্ৰও পাব বুলি বিশেষ এটা সূত্ৰই জনাইছে। অৱশ্যে এই সূত্ৰটোৱে কোৱা এই ৱেবছাইটোত খুঁচৰি চাই ইয়াক unavailable বুলিহে পোৱা গৈছে।

Apply Now
← Previousবোকাখাতত খড়্গ সহ আটক চোৰাংচিকাৰীক Next →বাংলাদেশৰ মনিপুৰী সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী এন বীৰেন…

You may also like

অসম

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ছয়দিনীয়া পঞ্চকৰ্ম থেৰাপী চিকিৎসাৰ কৰ্মশালা আৰম্ভ

মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত আজি ৬ দিনীয়া পঞ্চকৰ্ম থেৰাপী চিকিৎসাৰ কৰ্মশালা শুভ উদ্বোধন কৰা হয়। বাক্সা জিলা স্বাস্থ্য বিভাগে প্ৰেৰণ কৰা ৮ জন…

মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা · March 14, 2022 9:00 pm
অসম

আমেৰিকাত ক’ৰ’না আক্ৰান্তক সেৱা আগবঢ়াই থকা প্ৰতি ৭ গৰাকী চিকিৎসকৰ এগৰাকী ভাৰতীয় চিকিৎসক

আমেৰিকাৰ ভাৰতীয় মূলৰ চিকিৎসক সংস্থা(এ এ পি আই)ৰ সভাপতি ড০ সুৰেশ ৰেড্ডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছত আক্ৰান্ত সকলক সেৱা আগবঢ়াই অহা চিকিৎসক…

এন ই নাও নিউজ · April 27, 2020 7:14 pm
Popular Stories

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

ইন্টাৰনেশ্যনেল বিজনেছ মেছিনছ কৰ্পোৰেশ্যন (আই বি এম)-য়ে বৃহস্পতিবাৰে উন্মোচন কৰিলে বিশ্বৰ প্ৰথমটো প্ৰযুক্তি যিয়ে এক নেন’মিটাৰতকৈও সৰু চিপ উৎপাদন কৰিব পাৰে। কিয়নো…

এন ই নাও নিউজ, গুৱাহাটী · June 25, 2026 5:47 pm
অসম

শিৱসাগৰত ইছলামধৰ্মী লোকসকলে পালন কৰিলে পবিত্ৰ ঈদ; উপস্থিত বিধায়ক অখিল গগৈ

শিৱসাগৰ ষ্টেচন চাৰি আলি, জেঙনীকটীয়া জুম্মা মছজিদকে ধৰি কেইবাটাও স্থানত মংগলবাৰে পুৱা শান্তি সম্প্ৰীতিৰ কামনাৰে সমূহীয়া নামাজ পঢ়া হয়। লগতে ভাতৃত্ববোধ অটুট…

পার্শ্বজোতি গগৈ, শিৱসাগৰ · May 3, 2022 1:39 pm
NORTHEAST NOW (Assamese) © 2026