NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা, মহিলা আহত

Posted by: জাহ্নৱী বৰুৱা, গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা, গুৱাহাটী June 16, 2022 9:42 am

মহানগৰীত পুনৰ ভূমিস্খলনৰ ঘটনা ঘটিছে।

কামাখ্যাৰ নামনিত ভূমিস্খলনৰ ঘটনা ঘটাৰ খবৰ পোৱা গৈছে।

পাহাৰৰ মাটি খহি পৰিল এটা ঘৰৰ ভিতৰত।

ফলত ঘৰৰ বেৰ ভাঙি সোমাল পাহাৰৰ মাটি।

মনদীপ মজুমদাৰ নামৰ লোকজনৰ ঘৰত এই ঘটনা ঘটিছে।

ভূমিস্খলনৰ ঘটনাত মণি দত্ত নামৰ মহিলাগৰাকী আহত হোৱা বুলি জানিব পৰা গৈছে।

গুৱাহাটী মহানগৰীৰৰ বহু ঠাই আজিও পানীৰ তলতে আছে।