NORTHEAST NOW (Assamese)
অসম

JMB terrorist মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য,আপত্তিজনক নথিপত্ৰ জব্দ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী July 1, 2022 7:03 pm

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীনৰ সদস্য

সদস্যজনৰ নাম ইনামুল হক বুলি চিনাক্ত কৰা হৈছে

দিচপুৰ গেষ্ট হাউচৰ মেনেজাৰ আছিল হক।

ইনামূল হকৰ পৰা জেএমবিৰ লেটাৰ পেড আৰু বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰিছে আৰক্ষীয়ে।

দিছপুৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈছে ইনামূল হকক।

বৰ্তমান দিছপুৰস্থিত গুৱাহাটী পূৱৰ উপ আৰক্ষী আয়ুক্ত কাৰ্য্যালয়ত ৰখা হৈছে ইনামুলক।

অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই আছে ইনামুলক