NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত জিএছটি আয়ুক্তক গ্ৰেপ্তাৰ চিবিআইৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2022 8:16 pm

কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)য়েগুৱাহাটীত জিএছটি আয়ুক্ত শক্তিভেল ৰাজুক গ্ৰেপ্তাৰ কৰিছে।

এছ ৰাজু জিএছটি বিভাগৰ আবেদন শাখাৰ (appeals section) আয়ুক্ত আছিল।

জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) আয়ুক্তগৰাকীক চিবিআইয়ে বৃহস্পতিবাৰে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে।

লগতে পঢ়ক: ভুৱা পৰিচয়েৰে ২৪গৰাকী যুৱতীক বিয়া! ২৮ বছৰীয়া যুৱকৰ কাণ্ডত চকু কপালত উঠিল আৰক্ষীৰ

গুৱাহাটীৰ জিএছটি ভৱনত এক অভিযান চলোৱাৰ সময়ত চিবিআইয়ে আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ জিএছটি আয়ুক্তগৰাকীক গ্ৰেপ্তাৰ কৰাৰ লগতে চিবিআইয়ে কেইবাখনো নথি-পত্ৰও জব্দ কৰিছে।

(বিস্তাৰিত তথ্যৰ বাবে অপেক্ষা কৰা হৈছে)