NORTHEAST NOW (Assamese)
অসম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ঘোষণা; চাওক সৱিশেষ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2023 8:18 pm

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে ইয়াৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে GCUCAT 2023 ঘোষণা কৰিছে। সেই অনুসৰি তলত সৱিশেষ দাঙি ধৰা হ’ল:-

▪️যোগ্য আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীৰ বাবে ১০০% মাচুল ৰেহাই।

▪️১০+২ নম্বৰ আৰু GCUCAT-কে ধৰি অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ভিত্তিত সম্পূৰ্ণ মেধাভিত্তিক নামভৰ্তি।

GCU ত প্ৰদান কৰা পাঠ্যক্ৰমসমূহ:

✅বি.টেক / বি.টেক (লেটাৰেল)

-চিভিল ইঞ্জিনিয়াৰিং

-কম্পিউটাৰ চায়েঞ্চ এণ্ড ইঞ্জিনিয়াৰিং

-ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং

-ইলেক্ট্ৰনিক্স আৰু কমিউনিকেচন ইঞ্জিনিয়াৰিং

-মেকানিকেল ইঞ্জিনিয়াৰিং

✅বি.এছ.চি

-ফিজিক্স

-কেমেষ্ট্ৰি

-মেথেমেটিকছ

-জুল’জি

-ব’টানি

-ফায়াৰ এণ্ড ছেফটি

✅বি এ

-ছ’চিঅ’লজি

-ছাইক’লজি

-ইংলিছ

-পলিটিকেল চায়েঞ্চ

-ইক’নমিকছ

-হিষ্ট’ৰী

✅বি.ফাৰ্ম

✅বি.ফাৰ্ম (প্ৰেক্টিচ)

✅বিবিএ

✅বিচিএ

✅বি.এ ইন লিবাৰেল আৰ্টছ

✅BSW (বেচেলৰ অফ ছ’চিয়েল ৱৰ্ক)

✅BMLT (বেচেলৰ অফ মেডিকেল লেব টেকন’লজি)

✅বি কম

নামভৰ্তিৰ বাবে জানিবলগীয়া থাকিলে যোগাযোগ কৰক :

📞: +91 7099004701/02/03/04/05

✉️: [email protected]

আমাৰ ক’মন এন্ট্ৰেন্স টেষ্টৰ বাবে এতিয়াই আবেদন কৰক আৰু নতুন যুগৰ শৈক্ষিক উৎকৰ্ষতাৰ অভিজ্ঞতা লাভ কৰক।

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ গুৱাহাটী কেম্পাছত ১৪ মে’ ২০২৩-ত অনুষ্ঠিত হ’ব GCUCAT 2023।