NORTHEAST NOW (Assamese)
শিক্ষা

আজি সংবিধান দিৱস: সংবিধান সম্পৰ্কীয় কিছু বহুবিকল্পী প্ৰশ্নোত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2023 8:01 am

আজি সংবিধান দিৱস। দেশত প্ৰতি বছৰে আজিৰ দিনটোত, অৰ্থাৎ ২৬ নৱেম্বৰত সংবিধান দিৱস পালন কৰা হয়। এই মহত্বপূৰ্ণ দিনটোত দেশৰ সংবিধান সম্পৰ্কে কিছু কথা জানো আহক:

.

.

Welcome to your আজি সংবিধান দিৱস: সংবিধান সম্পৰ্কীয় কিছু বহুবিকল্পী প্ৰশ্নোত্তৰ

১. "ভাৰতীয় সংবিধানৰ পিতৃ" বুলি কাক জনা যায়?

২. ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী হৈছিল?

৩. ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে?

৪. ভাৰতত ভোটদানৰ নূন্যতম বয়স কিমান?

৫. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কেতিয়া গ্ৰহণ কৰা হয়?

৬. ভাৰতীয় সংবিধানত কিমান সূচী আছে?

৭. সংবিধানৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ পৰা লোৱা হৈছে?

৮. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগৰ ব্যৱস্থা কৰা হৈছে?

৯. ভাৰতীয় সংবিধানত কেই প্ৰকাৰৰ জৰুৰীকালীন অৱস্থাৰ কথা উল্লেখ আছে?

১০. ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়াৰ ক্ষমতা কাৰ?

১১. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীৰ নিযুক্তিৰ বিষয়ে আলোচনা কৰা হৈছে?

১২. ভাৰতীয় সংবিধানত ন্যায়িক পৰ্যালোচনাৰ ধাৰণাটো কোন দেশৰ সংবিধানৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে?

১৩. ভাৰতৰ সংবিধানৰ ‘ৰক্ষক’ কোন?

১৪. ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে ভোটদানৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰিলে?

১৫. "এজন ব্যক্তি, এক ভোট"ৰ ধাৰণাটো কি নীতিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে?

১৬. ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশক অপসাৰণ কৰাৰ ক্ষমতা কাৰ?

১৭. ভাৰতীয় সংবিধানত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ ধাৰণা কোন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে?

১৮. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অস্পৃশ্যতা বিলুপ্তিৰ বিষয়ে আলোচনা কৰা হৈছে?

১৯. ভাষিক ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কি?

২০. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে শিক্ষাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছে?

Also read : Durga Puja 2023 Quiz: আপুনি কিমান জানে দুৰ্গা পূজাৰ বিষয়ে? পৰীক্ষা কৰি চাওঁক নিজকে