NORTHEAST NOW (Assamese)
অসম

কাইলৈ গণৰাজ্য দিৱস : অসমৰ কোন মন্ত্ৰীয়ে ক’ত পতাকা উত্তোলন কৰিব জানো আহক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2025 10:08 am

কাইলৈ দেশৰ গণৰাজ্য দিৱস। এই দিনটোতেই ১৯৫০ চনত বলৱৎ হৈছিল ভাৰতীয় সংবিধান। তেতিয়াৰে পৰা প্ৰত্যেক বছৰে দেশত এই দিনটোক গণৰাজ্য দিৱস হিচাপে পালন কৰি অহা হৈছে।

গণৰাজ্য দিৱস উপলক্ষ্যে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰতিখন জিলাতে পালন কৰা হ’ব বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্ৰিক দেশখনৰ গণৰাজ্য দিৱস। প্ৰতিখন জিলাতেই পতাকা উত্তোলন কৰিব বিভিন্ন বিভাগৰ বিষয়া আৰু মন্ত্ৰী-বিধায়কে।

জানো আহক, কাইলৈ অসমত কোনে ক’ত পতাকা উত্তোলন কৰিব –

গুৱাহাটী (খানাপাৰা) – ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

ডিব্ৰুগড় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ৰং – ৰণজিৎ কুমাৰ দাস

শিৱসাগৰ অতুল বৰা

বঙাইগাঁৱ কেশৱ মহন্ত

নলবাৰী জয়ন্ত মল্ল বৰুৱা

বৰপেটানন্দিতা গাৰ্লোচা

চিৰাং – ইউ জি ব্ৰক্ষ্ম

কামৰূপচন্দ্ৰমোহন পাটোৱাৰী

ধেমাজিডাঃ ৰণোজ পেণ্ড

নগাঁৱঅশোক সিংঘল

মাহমৰাযোগেন মহন

গোলাঘাটঅজন্তা নেওগ

শোণিতপুৰপীযুষ হাজৰীকা

যোৰহাটবিমল বড়া

তিনিচুকীয়াপ্ৰশান্ত ফুকন

কাছাৰকৌশিক ৰায়

শ্ৰীভূমিকৃষ্ণেন্দু পাল

লখিমপুৰৰূপেশ গোৱালা

ডিফুতুলিৰাম ৰংহাং

কোকৰাঝাৰপ্ৰমোদ বড়ো

হাফলং – দেৱলাল গাৰ্লোচা

গোৱালপাৰাডাঃ নোমল মমিন

ওদালগুৰিগোবিন্দ বসুমতাৰী