NORTHEAST NOW (Assamese)
Popular Stories

মে ডাম মে ফিত অংশ লোৱা বাবেই শংকৰদেৱ সংঘৰ পৰা বহিষ্কাৰ! বিহিলে ৫০০ টকাৰ জৰিমনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 13, 2025 12:04 pm

পুনৰ চৰ্চাত শ্ৰীমন্ত শংকৰদেৱ সংঘ।

পুনৰ শংকৰদেৱ সংঘৰ প্ৰাথমিকৰ পৰা বহিষ্কাৰ কৰা হৈছে এজন ব্যক্তি

গহপুৰৰ ককিলাগুৰিৰ চন্দ্ৰ বৰুৱাৰ পৰিয়ালক বহিষ্কাৰ।

মে ডাম মে ফি অনুষ্ঠিত কৰাৰ বাবেই বহিষ্কাৰ।

শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰেৰণ কৰিলে জাননী।

সংস্কাৰৰ লগতে ৫০০ টকাৰ জৰিমনা বিহা হৈছে বৰুৱাক।

পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ জিলা সভাপতি হিচাপে অনুষ্ঠিত কৰা অনুষ্ঠানত অংশ লৈছিল বৰুৱা।