NORTHEAST NOW (Assamese)
শিক্ষা

চৰকাৰী চাকৰিৰ নিযুক্তি পৰীক্ষাৰ বাবে কিছু গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 3, 2025 7:00 am

১. কেৰালাৰ শাস্ত্ৰীয় নৃত্য কি

উঃ কথকলি 

২. অন্ধ্ৰ প্ৰদেশৰ শাস্ত্ৰীয় নৃত্য কি

উঃ কুচিপুড়ি 

৩. কৰ্ণাটকী সংগীতৰ “ত্ৰিমূৰ্তি” খ্যাত তিনিগৰাকী সংগীতজ্ঞৰ নাম কি

উঃ ত্যাগৰাজ, মুথুস্বামী দীক্ষিত আৰু শ্যামা শাস্ত্ৰী

৪. ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু নাটকৰ আধাৰ হিচাপে পৰিগণিত প্ৰাচীন গ্ৰন্থখনৰ নাম কি?    

উঃ ভৰত মুনিৰ “নাট্য শাস্ত্ৰ” 

৫. ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জন গণ মন” ৰচনা কৰিছিল কোনে

উঃ ৰবীন্দ্ৰনাথ ঠাকুৰ

উঃ বৈশাখী ।

৬. পঞ্জাৱত শস্য চপোৱাৰ উৎসৱ হিচাপে কোনটো উৎসৱ পালন কৰা হয়

৭. জগন্নাথৰ ৰথযাত্ৰা উৎসৱ কোন ৰাজ্যত পালন কৰা হয়

উঃ উৰিষ্যা।

৮. কোন ৰাজ্যত কোণাৰ্কৰ সূৰ্য মন্দিৰ অৱস্থিত

উঃ উৰিষ্যা।

৯. কোন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰাইছিল ?

উঃ শ্বাহজাহান।

১০. প্ৰাচীন নালন্দা বিশ্ববিদ্যালয় বৰ্তমানৰ কোন ৰাজ্যত অৱস্থিত আছিল

উঃ বিহাৰ ।

১১.  প্ৰাচীনতম বেদবোৰ কোন ভাষাত ৰচনা কৰা হৈছিল

উঃ সংস্কৃত ।

১২. ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত কিমানটা ভাষা তালিকাভুক্ত কৰা হৈছে

উঃ ২২ টা ।

১৩. গুজৰাটৰ গৰবা আৰু ডাণ্ডিয়া কোন উৎসৱৰ লগত জড়িত?

উঃ নৱৰাত্ৰি 

১৪. শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক কোন

উঃ গুৰু নানক দেৱ 

১৫. শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি

উঃ গুৰু গ্ৰন্থ চাহিব।

১৬. ভাৰতীয় চিনেমাৰ “পিতৃ” বুলি কাক গণ্য কৰা হয়

উঃ দাদাচাহেব ফাল্কে । 

১৭. ভাৰতৰ “গোলাপী চহৰ” বুলি কোন চহৰক জনা যায়

উঃ জয়পুৰ (ৰাজস্থান) ।

১৮. হৰ্ণবিল উৎসৱ ক’ত পালন কৰা হয়

উঃ নাগালেণ্ড ।