NORTHEAST NOW (Assamese)
Popular Stories

আজি পবিত্ৰ ঈদ উল-ফিটৰ; দেশজুৰি উলহ-মালহেৰে ঈদ উদযাপন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2025 9:48 am

আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ উল-ফিটৰ।

মাহজোৰা ত্যাগ, সংযম আৰু ৰোজাৰ অন্তত আজি ইছলামধৰ্মী সকলে ঈদ উদযাপন কৰিব

শনিবাৰে ছৌদি আৰৱৰ আকাশত কাঁচি জোন দেখাৰ পাছতে সোমবাৰে দেশজুৰি ইছলাম ধৰ্মাৱলম্বীসকলৰ ঈদ উদযাপন কৰাৰ সিদ্ধান্ত লয়

ঈদ উল-ফিটৰৰ আনন্দ উৎসৱে সকলোৰে মাজত কঢ়িয়াই আনক শান্তি, ,সম্প্ৰীতি আৰু ভাতৃত্ববোধ।

ইতিমধ্যে, ঈদ উলক্ষে সজাই-পৰাই তোলা হৈছে মহানগৰীৰ ৰাজপথ।