NORTHEAST NOW (Assamese)
Popular Stories

বাৰ এচ’চিয়েশ্যনৰ ৩ গৰাকী অধিবক্তাৰ বিৰুদ্ধে গোচৰ মহাধিবক্তা দেৱজিত শইকীয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2025 3:59 pm

চূড়ান্ত পৰ্যায় পাইছেগৈ চৰকাৰ আৰু বাৰ এছচিয়েচনৰ মতান্তৰ

এছচিয়েচনৰ একাংশ অধিবক্তাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু মহাধিবক্তা দেৱজিত শইকীয়াৰ

বাৰ এচচিয়েশ্যনৰ ৩ গৰাকী অধিবক্তাৰ বিৰুদ্ধে গোচৰ মহাধিবক্তা দেৱজিত লন শইকীয়াৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননাৰ অভিযোগ তুলি গোচৰ মহাধিবক্তাগৰাকীৰ

অধিবক্তা কমল নয়ন চৌধুৰী, অনিল কুমাৰ ভট্টাচাৰ্য, পল্লৱী তালুকদাৰৰ বিৰুদ্ধে এই গোচৰ