NORTHEAST NOW (Assamese)
Popular Stories

ৱাইন শ্ব’প খোলাৰ সময়-সীমা বৃদ্ধি, ৰাতি কেতিয়ালৈকে খোলা থাকিব সুৰাৰ বিপনী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 8, 2025 5:13 pm

বাৰ আৰু ৱাইন শ্বপ খেলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে ৱকাৰী বিভাগে

এতিয়াৰে পৰা নিশা ১১ বজালৈ খোলা থাকিব সুৰাৰ বিপণী।

গুৱাহাটীৰ এলেকাৰ অন শ্বপ সমূহত নিশা ১২.৩০ বজালৈ উপলব্ধ হব সুৰা।

এই ক্ষেত্ৰত ৰাজহুৱা আপত্তি থাকিলে জিলা য়ুক্ত দিব পাৰিব অভিযোগ। জিলা আয়ুক্তক ১৫ দিনৰ ভিতৰত ওজৰ-আপত্তি দিব লাগিব।