Popular Stories নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান… Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 7, 2025 3:46 pm মুম্বাইৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিলৈ ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ১৫১ কোটি টকাৰ অনুদান আগবঢ়াইছে। উল্লেখ্য যে, ১৯৭০ চনত মুম্বাইৰ এইখন ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজিৰ পৰাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল মুকেশ আম্বানীয়ে। ← Previousউদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা… Next →৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা!… You may also like Popular Stories গুৱাহাটী চিৰিয়াখানাত বিলুপ্তপ্ৰায় ৰঙা পাণ্ডাৰ মৃত্যু! জীৱিত তিনিটা পাণ্ডাক আম্বানীৰ বনতাৰালৈ স্থানান্তৰৰ চৰ্চা শেহতীয়াকৈ অসমৰ হাইলাকান্দি জিলাৰ পৰা আৰক্ষীয়ে চাৰিটা বিলুপ্তপ্ৰায় ৰঙা পাণ্ডা উদ্ধাৰ কৰাৰ পিছত বৰ্তমান ৰাজ্যজুৰি এক চাঞ্চল্যৰ সৃষ্টি হৈছে। ১০ ফেব্ৰুৱাৰীত পঞ্চগ্ৰাম… এন ই নাও নিউজ, গুৱাহাটী · February 20, 2026 5:37 pm দেশ মুম্বাই-গুৱাহাটী বিমানত মহিলা যাত্ৰীক যৌন নিৰ্যাতন সহযাত্ৰীৰ: অভিযুক্তক গ্ৰেপ্তাৰ পুনৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে উৰন্ত বিমানত। এইবাৰ এই ঘটনা ঘটিছে মুম্বাইৰ পৰা গুৱাহাটী অভিমুখী ইণ্ডিগ’ৰ এখন বিমানত। এগৰাকী মহিলা যাত্ৰীক… এন ই নাও নিউজ, গুৱাহাটী · September 11, 2023 4:43 pm অসম বিজেপিৰ নিৰ্বাচনী আচৰণ বিধি ভংগ : চিপিআই(এম)ৰ অভিযোগ দাখিল সমাগত লোকসভা নিৰ্বাচনৰ জাননী প্ৰকাশ আৰু নিৰ্বাচনী আচৰণ বিধি বলৱৎ হৈ থকাৰ মাজতে অসমৰ শাসক বিজেপি দলে চৰকাৰী নীতি-নিয়ম ভংগ আৰু নিৰ্বাচনী… নৰ্থ ইষ্ট নাও, গুৱাহাটী · April 5, 2024 9:14 pm অসম এন আৰ চিক লৈ দেশজুৰি ষড়যন্ত্ৰ: অসম, উত্তৰ-পূবৰ ‘সাৰ্বভৌমত্ব’ৰ প্ৰস্তাৱ উত্থাপন বিশ্বজিৎ দৈমাৰীৰ অসমৰ এন আৰ চিৰ চূড়ান্ত খচৰাই ৪০ লাখ ভাৰতীয়ক অন্যায়্ভাৱে বিদেশী সজোৱা বুলি একাংশ ৰাজনৈতিক দল বিশেষকৈ তৃণমূল কংগ্ৰেছে সৃষ্টি কৰা উত্তপ্ত… এন ই নাও নিউজ · July 31, 2018 5:47 pm