NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীৰ মাজমজিয়াত ফল-মূলৰ ব্যৱসায়ীক ছুৰীৰে আক্ৰমণ কৰি পলায়ন ইউটিউবাৰ ৰাব্বানী স্বয়ামৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2025 1:18 pm

এইবাৰ গুৱাহাটীত ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে জনপ্ৰিয় ইউটিউবাৰে।

গুৱাহাটীৰ ছয়মাইলত চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিলে জনপ্ৰিয় ইউটিউবাৰ ৰাব্বানী স্বয়ামে।

গুৱাহাটীত মাজ-মজিয়াত ছুৰীৰে ফল-মূলৰ ব্যৱসায়ীক আক্ৰমণ ৰাব্বানী স্বয়মৰ।

গুৱাহাটীত সাধাৰণ কাজিয়াৰ পাছতেই সংঘটিত হয় এই ভয়ংকৰ কাণ্ড।

আনফালে ঘটনা সংঘটিত কৰি পলায়ন কৰে ইউটিউবাৰ ৰাব্বানী স্বয়মে।