NORTHEAST NOW (Assamese)
Popular Stories

তৃতীয় লিংগৰ ব্যক্তিসকলৰ বাবে বাসস্থানৰ আঁচনি ঘোষণা কেৰালা চৰকাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 17, 2025 11:43 pm

চিপিআই(এম) নেতৃত্বাধীন কেৰালাৰ বাঁওপন্থী চৰকাৰে তৃতীয় লিংগৰ ব‍্যক্তিসকলৰ বাবে ঘোষণা কৰিলে বাসস্থানৰ বিশেষ আঁচনি

অহা ২১ আগষ্টত কোড়িকোড়ত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া ‘বৰ্ণপাকিট্টু’ তৃতীয় লৈংগিক কলা মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী আৰ বিন্দুৱে এই আঁচনিখন মুকলি কৰিব

এই আঁচনিখনে তৃতীয় লিংগৰ লোকসকলক মাটি ক্ৰয় কৰাৰ লগতে গৃহ নিৰ্মাণ কৰাৰ বাবে অনুদান প্ৰদান কৰিব

 আনকি নিজৰ সুবিধা অনুসৰি কোন ঠাইত বাস কৰিব, সেয়াও পছন্দ কৰাৰ সুযোগ প্ৰদান কৰা হ’ব এই আঁচনিৰ অধীনত