অসম পোহৰলৈ আহিল নিজামুদ্দিনৰ সৈতে কোনো সম্পৰ্ক নথকা অসমৰ প্রথমজন কৰ’না আক্ৰান্তৰ ঘটনা
অসমত নিজামুদ্দিনৰ সৈতে সম্পৰ্ক নথকা প্ৰথমটো COVID-19 আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে। তেওঁ গুৱাহাটীৰ বিলাসী এপাৰ্টমেন্ট স্পেনিছ গাৰ্ডেনৰ বাসিন্দা আৰু অলপতে নতুন দিল্লীৰ…
দীপজ্যোতি শৰ্মা · April 4, 2020 7:58 am