NORTHEAST NOW (Assamese)
অসম

অচিনাক্ত দুস্কৃতিকাৰীৰ গুলীত আহত আত্মসমৰ্পণকাৰী এন ডি এফ

Posted by: এন ই নাও নিউজ ব্যুৰো November 17, 2017 9:56 am

কোকৰাঝাৰৰ

কোকৰাঝাৰৰ গোসাইগাঁৱত  অচিনাক্ত দুষ্কৃতিকাৰী দলে  গুলীয়াই থৈ যায় গোসাইগাঁৱৰ দুমবজাৰ গাঁৱৰ ৰাস্না বসুমতাৰী নামৰ এজন যুৱকক । পুৱতি নিশা দলগাঁওত  সংঘটিত হয় এই গুলী চালনাৰ ঘটনা । দুটাকৈ গুলীবিদ্ধ হৈ গুৰুতৰ ভাৱে আহত যুৱকজনক প্ৰথমতে কোকৰাঝাৰৰ এম আৰ এম হাস্পাতালত ভৰ্ত্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতাললৈ লৈ যায় । আহত ৰাস্না বসুমতাৰী আত্ম সমৰ্পণকাৰী এন ডি এফ বি আছিল  ।