অসম শেহতীয়া খবৰ : ৰাজ্য চৰকাৰৰ নতুন মহাধিবক্তা নিযুক্তি Posted by: এন ই নিউজ ব্যুৰো, গুৱাহাটী, ১৭ নৱেম্বৰ: November 17, 2017 12:16 pm অসম চৰকাৰে ৰমেশ চন্দ্ৰ বৰপাত্ৰ গোহাঁইক ৰাজ্যৰ নতুন মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এই কথা প্ৰকাশ। বৰপাত্ৰ গোহাঁই চিন্ময় চৌধুৰীৰ স্থানত স্থলাভিষিক্ত হ’’ব। ← Previousনগাঁৱৰ চামগুৰিত শোকাবহ পথ দুৰ্ঘটনা Next →ব্ৰহ্মপুত্ৰৰ উৎসস্থলৰ বিৰল ফটো প্ৰকাশ চাইনা ডেইলিৰ You may also like অসম মাৰ্ঘেৰিটাত বিজেপি কৰ্মী পুলকেশ মহন্তক হত্যাৰ চেষ্টাৰে ঘৰলৈ লক্ষ্য কৰি গুলীচালনা মঙলবাৰে অসমৰ চৈধ্যটা লোককসভা সমষ্টিৰ বাবে তিনিটা পৰ্য্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ সামৰণি পৰে। নিৰ্বাচনৰ সামৰণিৰ দিনাই মাৰ্ঘেৰিটাত অচিনাক্ত দুৰ্বৃত্তই বিজেপিৰ এগৰাকী কৰ্মীক… এন ই নাও নিউজ · April 24, 2019 3:21 pm অসম মমতাগিৰিৰ পুনৰ উদগিৰণ : অসমৰ এন আৰ চিত বাদ পৰা ৪০ লাখৰ ২৫ লাখেই হিন্দু বাঙালী “অসম উন্নীতকৃত হৈ থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছৰ পৰা বিভিন্ন উদ্ভট আৰু উচটনিমূলক মন্তব্য দি থকা পশ্চিমবংগৰ মুখ্য মন্ত্ৰী তথা… এন ই নাও নিউজ · August 15, 2018 12:31 pm অসম ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত স্থাপন হ’ল অসম সাহিত্য সভাৰ শাখা অসম সাহিত্য সভাই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু সংবৰ্ধনৰ বাবে গ্ৰহণ কৰা কাৰ্য্যসূচীৰ অংশ স্বৰূপে শুকুৰবাৰে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত অসম সাহিত্য সভাৰ ৰাঁচী… এন ই নাও নিউজ · March 2, 2019 10:50 am Popular Stories CWG 2022 India Medal Tally: চাৰি নম্বৰ স্থানেৰে সামৰণি ভাৰতৰ; চাওক ভাৰতৰ সম্পূৰ্ণ পদক তালিকা India finished 4th at CWG 2022 কমনৱেলথ গেমছৰ অন্তিম দিনা সোমবাৰে ভাৰতে বেডমিণ্টনত তিনিটা সোণৰ পদক আৰু শৰৎ কমলে টেবুল টেনিছত স্বৰ্ণ… এন ই নাও নিউজ, গুৱাহাটী · August 9, 2022 9:23 am